• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হোৱাইট হাউছত মোডীক গণতন্ত্ৰৰ সম্পৰ্কে প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকক হাৰাশাস্তি বিজেপি ভক্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2023 5:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কিছুদিন পূৰ্বে আমেৰিকাত ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে হোৱা যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ গণতন্ত্ৰ সন্দৰ্ভত প্ৰশ্ন কৰা ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক ছাব্ৰিনা ছিদ্দিকীক অনলাইনযোগে ভাবুকি প্ৰদান কৰিছে ভাৰতৰ বহু বিজেপিৰ সমৰ্থকে।

এইদৰে সাংবাদিকক হাৰাশাস্তি কৰাৰ ঘটনাক গৰিহণা দিছে হোৱাইট হাউছ কৰ্তৃপক্ষই। 

ৱাল ষ্ট্ৰীট জাৰ্নেলে কয় যে সাংবাদিক গৰাকীয়ে এই প্ৰশ্ন কৰাৰ পিছৰে পৰা তেওঁক সামাজিক মাধ্যমৰ যোগেদি বহু বিজেপিৰ সমৰ্থকে ভাবুকি প্ৰদান কৰিছে।

কাকতখনে জনোৱা মতে, সাংবাদিক গৰাকী মুছলমান বাবে তেওঁক এইদৰে হাৰাশাস্তি কৰা হৈছে। লগতে সাংবাদিক গৰাকীৰ সম্পৰ্কে সাম্প্ৰদায়িক মন্তব্যও প্ৰদান কৰিছে বিজেপিৰ ভক্তসকলে। 

“এয়া গ্ৰহণযোগ্য নহয়। আৰু আমি যিকোনো পৰিস্থিতিত যিকোনো ঠাইতে সাংবাদিকক যিকোনো হাৰাশাস্তি কৰাটো একেবাৰেই গৰিহণা দিও।” – হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বিষয়া কিৰ্বিয়ে কয়।

উল্লেখ্য যে, বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ পিছত সংবাদমেলত ছিদ্দিকীৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে সংবিধান মানি চলাৰ বাবে ভাৰতত কোনো বৈষম্যৰ উদয় হোৱা নাই।

Since some have chosen to make a point of my personal background, it feels only right to provide a fuller picture. Sometimes identities are more complex than they seem. pic.twitter.com/Huxbmm57q8

— Sabrina Siddiqui (@SabrinaSiddiqui) June 24, 2023

“আপুনি আৰু আপোনাৰ চৰকাৰে আপোনাৰ দেশৰ মুছলমান আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰ উন্নত কৰাৰ লগতে বাক স্বাধীনতা ৰক্ষাৰ বাবে কি পদক্ষেপ ল’বলৈ ইচ্ছুক?” এই দৰে সুধিছিল ছাব্ৰিনা ছিদ্দিকী নামৰ সাংবাদিকগৰাকীয়ে।

উত্তৰত নৰেন্দ্ৰ মোডীয়ে কয়, “আপুনি যি সুধিছে তাত মই আচৰিত হৈছো। আমি এখন গণতন্ত্ৰ ৰাষ্ট্ৰত বাস কৰোঁ। গণতন্ত্ৰ আমাৰ আত্মাত আছে, আৰু আমাৰ শিৰাত গণতন্ত্ৰ বৈ থাকে। সেয়া আমাৰ সংবিধানত আছে।”

সাংবাদিক গৰাকীৰ এই প্ৰশ্নই ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

লক্ষনীয় কথাটো হ’ল যে প্ৰধানমন্ত্ৰী মোদীয়ে মুছলমান আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰ ‘সুৰক্ষা’ৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সম্পৰ্কে সোধা প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পৰা আঁতৰি থাকিল। তাৰ পৰিৱৰ্তে সাংবাদিকগৰাকীৰ প্ৰশ্নটোকহে সমালোচনা কৰিলে নৰেন্দ্ৰ মোডীয়ে।

Prime Minister Modi completely destroyed the motivated question on steps being taken to ‘protect’ rights of Muslims and other minorities. In his response he didn’t mention Muslims or any other denomination, spoke about Constitution, access to Govt resources based on eligibility… pic.twitter.com/mPdXPMZaoI

— Amit Malviya (@amitmalviya) June 22, 2023

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd