• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হোৱাইট হাউছত মোডীক গণতন্ত্ৰৰ সম্পৰ্কে প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকক হাৰাশাস্তি বিজেপি ভক্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2023 5:30 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কিছুদিন পূৰ্বে আমেৰিকাত ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে হোৱা যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ গণতন্ত্ৰ সন্দৰ্ভত প্ৰশ্ন কৰা ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক ছাব্ৰিনা ছিদ্দিকীক অনলাইনযোগে ভাবুকি প্ৰদান কৰিছে ভাৰতৰ বহু বিজেপিৰ সমৰ্থকে।

এইদৰে সাংবাদিকক হাৰাশাস্তি কৰাৰ ঘটনাক গৰিহণা দিছে হোৱাইট হাউছ কৰ্তৃপক্ষই। 

Apply Now

ৱাল ষ্ট্ৰীট জাৰ্নেলে কয় যে সাংবাদিক গৰাকীয়ে এই প্ৰশ্ন কৰাৰ পিছৰে পৰা তেওঁক সামাজিক মাধ্যমৰ যোগেদি বহু বিজেপিৰ সমৰ্থকে ভাবুকি প্ৰদান কৰিছে।

কাকতখনে জনোৱা মতে, সাংবাদিক গৰাকী মুছলমান বাবে তেওঁক এইদৰে হাৰাশাস্তি কৰা হৈছে। লগতে সাংবাদিক গৰাকীৰ সম্পৰ্কে সাম্প্ৰদায়িক মন্তব্যও প্ৰদান কৰিছে বিজেপিৰ ভক্তসকলে। 

“এয়া গ্ৰহণযোগ্য নহয়। আৰু আমি যিকোনো পৰিস্থিতিত যিকোনো ঠাইতে সাংবাদিকক যিকোনো হাৰাশাস্তি কৰাটো একেবাৰেই গৰিহণা দিও।” – হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বিষয়া কিৰ্বিয়ে কয়।

উল্লেখ্য যে, বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ পিছত সংবাদমেলত ছিদ্দিকীৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে সংবিধান মানি চলাৰ বাবে ভাৰতত কোনো বৈষম্যৰ উদয় হোৱা নাই।

Since some have chosen to make a point of my personal background, it feels only right to provide a fuller picture. Sometimes identities are more complex than they seem. pic.twitter.com/Huxbmm57q8

— Sabrina Siddiqui (@SabrinaSiddiqui) June 24, 2023

“আপুনি আৰু আপোনাৰ চৰকাৰে আপোনাৰ দেশৰ মুছলমান আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰ উন্নত কৰাৰ লগতে বাক স্বাধীনতা ৰক্ষাৰ বাবে কি পদক্ষেপ ল’বলৈ ইচ্ছুক?” এই দৰে সুধিছিল ছাব্ৰিনা ছিদ্দিকী নামৰ সাংবাদিকগৰাকীয়ে।

উত্তৰত নৰেন্দ্ৰ মোডীয়ে কয়, “আপুনি যি সুধিছে তাত মই আচৰিত হৈছো। আমি এখন গণতন্ত্ৰ ৰাষ্ট্ৰত বাস কৰোঁ। গণতন্ত্ৰ আমাৰ আত্মাত আছে, আৰু আমাৰ শিৰাত গণতন্ত্ৰ বৈ থাকে। সেয়া আমাৰ সংবিধানত আছে।”

সাংবাদিক গৰাকীৰ এই প্ৰশ্নই ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

লক্ষনীয় কথাটো হ’ল যে প্ৰধানমন্ত্ৰী মোদীয়ে মুছলমান আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰ ‘সুৰক্ষা’ৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সম্পৰ্কে সোধা প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পৰা আঁতৰি থাকিল। তাৰ পৰিৱৰ্তে সাংবাদিকগৰাকীৰ প্ৰশ্নটোকহে সমালোচনা কৰিলে নৰেন্দ্ৰ মোডীয়ে।

Prime Minister Modi completely destroyed the motivated question on steps being taken to ‘protect’ rights of Muslims and other minorities. In his response he didn’t mention Muslims or any other denomination, spoke about Constitution, access to Govt resources based on eligibility… pic.twitter.com/mPdXPMZaoI

— Amit Malviya (@amitmalviya) June 22, 2023

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd