• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুৰোধ উপেক্ষা! বাইডেনক সংবাদ মেল সম্বোধনৰ অনুমতি নিদিলে মোদীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2023 8:05 pm
G20
1.2k
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ দুটা কাৰ্যকাল প্ৰায় শেষ হোৱাৰ দিশে। এই দীৰ্ঘ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে মাত্ৰ এবাৰলৈ সম্বোধন কৰিলে সংবাদ মেল। প্ৰধানমন্ত্ৰী হিচাপে এই অনাকাংক্ষিত নজিৰৰ বাবে প্ৰায়ে সমালোচিত হয় মোদী।

পিছে এইবাৰ নৰেন্দ্ৰ মোদী নিজেই সংবাদ মাধ্যমৰ মুখামুখি নোহোৱাৰ বাবে নহয়, আমেৰিকান ৰাষ্ট্ৰপতি বাইডেনক সংবাদ মেল সম্বোধনত বাধা দিহে চৰ্চিত হৈ পৰিছে মোদী। মোদীৰ এই কাৰ্য চৰ্চিত হৈ পৰিছে আন্ত:ৰাষ্ট্ৰীয় মহলতো।

উল্লেখ্য যে, G20 সন্মিলনৰ বাবে বৰ্তমান ভাৰতত আছে আমেৰিকান ৰাষ্ট্ৰপতি বাইডেন। পিছে অতিথি বাইডেনক নিমন্ত্ৰণ দি আশাহত কৰিছে মোদীয়ে। মাৰ্কিন প্ৰশাসনে সদৰী কৰা এক তথ্যই দাবী কৰিছে এই কথা।

হোৱাইট হাউছে প্ৰকাশ কৰিছে যে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে বাৰম্বাৰ অনুৰোধ কৰা পাছতো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সংবাদ মেল সন্বোধন কৰিবলৈ সন্মত হোৱা নাই। যাৰ ফলত ভাৰতৰ বাহিৰত সংবাদ মেল সম্বোধন কৰিব ৰাষ্ট্ৰপতি বাইডেনে।

হোৱাইট হাউছে প্ৰকাশ কৰা মতে জো বাইডেন প্ৰশাসনৰ শীৰ্ষ বিষয়াই ভাৰতত সংবাদ মেল সম্বোধন কৰাৰ বাবে ভাৰতক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কোনো ফল নধৰিল। ভাৰত চৰকাৰে মাৰ্কিন প্ৰশাসনক নিৰাশ কৰি সংবাদ মেলৰ সন্মতি প্ৰদান নকৰিলে।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd