• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কমলা হেৰিছৰ নাম ব্যৱহাৰ কৰি ব্যৱসায়; ভতিজী মীনাক হোৱাইট হাউছৰ সকীয়নি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 16, 2021 10:01 am

2 min read

Meena Harris, Kamala Harris

মীনা হেৰিছ (বাওঁফালে) আৰু কমলা হেৰিছৰ সৈতে মীনা।

165
VIEWS
Share on FacebookShare on Twitter

যোৱা আমেৰিকাৰ নিৰ্বাচনত উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ভাৰতীয় বংশোদ্ভূত কমলা হেৰিছ। আমেৰিকাক বাদ দিও বাৰততো কমলা হেৰিছৰ ব্যাপক চৰ্চা হৈছে।

ইয়াৰ মাজতে কমলা হেৰিছৰ নাম ব্যৱহাৰ কৰি নিজৰ ব্ৰেণ্ডৰ বিজ্ঞাপন কৰাৰ অভিযোগ উঠিছে উপ ৰাষ্ট্ৰপতিগৰাকীৰ ভতিজী মীনা হেৰিছৰ বিৰুদ্ধে।

মীনা হেৰিছ হাৰ্ভাডত প্ৰশিক্ষণপ্ৰাপ্ত আইনজীৱী। শেহতীয়াকৈ ভাৰতৰ কৃষক আন্দোলনক সমৰ্থন কৰি টুইট কৰাৰ বাবেও মীনা হেৰিছৰ নাম চৰ্চিত হৈছে।

বাতৰি অনুসৰি, প্ৰায় চাৰি বছৰ পূৰ্বে মীনাই এটা কাপোৰৰ ব্ৰেণ্ড গঢ়ি তোলে। টী-শ্বাৰ্ট আৰু ছ্যুট-শ্বাৰ্টৰ সেই কোম্পানীটোৰ সামগ্ৰী বিক্ৰী বাবে ব্যৱসায়ত কমলা হেৰিছৰ নাম ব্যৱহাৰ কৰে।

মীনা হেৰিছলৈ হোৱাইট হাউছৰ লিগেল টীমৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে। তাত কমলা হেৰিছৰ নাম ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়া হৈছে। মীনাক তেওঁৰ স্বভাৱ সলনি কৰাৰ কথাও কোৱা হৈছে।

বিগত কেইবছৰ ধৰি কমলা হেৰিছৰ নাম ব্যৱহাৰ কৰি আহিছে ভতিজী মীনাই। তেওঁৰ ব্ৰেণ্ডিঙত কমলা হেৰিছে কি পছন্দ কৰে সেইবোৰো থাকে।

ইয়াৰ ফলত আগন্তুক দিনত উপ ৰাষ্ট্ৰপতিগৰাকীৰ জীৱনত প্রভাৱ পৰিব বুলি হোৱাইট হাউছে আশংকা কৰিছে।

মীনাৰ ব্ৰেণ্ডত ‘ভাইচ প্ৰেছিডেন্ট আন্টি’ লিখা থকা ছ্যুট-শ্বাৰ্ট বিক্ৰী হয়। ছুইম ছ্যুটৰ থিমতো কমলাৰ নাম। আনকি বিশেষ ধৰণৰ এক হেডফোন বিক্ৰী কৰা হয় য’ত কমলাৰ বাবে লিখা শ্ল’গান আছে।

হোৱাইট হাউছৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এইবোৰ আৰু বিক্ৰী কৰিব নোৱাৰিব।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd