• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিকিৎসা সেৱাত নিয়োজিতসলক WHO ৰ সতৰ্ক বাণী; বতাহতো জী থাকে COVID19!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2020 4:47 pm
conana
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছত আক্ৰান্তসকলৰ চিকিৎসাত নিয়োজিত চিকিৎসা কৰ্মীসকসক সতৰ্ক কৰি WHO এ কৈছে যে বতাহৰ দ্বাৰাও সংক্ৰমণ ঘটে  COVID19।

সমগ্ৰ বিশ্বতে নৰ সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছক লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত অহৰহ গৱেষণা চলি আছে।

Apply Now

বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে এতিয়াও প্ৰতিষেধক আৱিষ্কাৰ কৰিলৈ সক্ষম নোহোৱা এই ভাইৰাছৰ পৰা বাছি থকাৰ একমাত্ৰ উপায় হ’ল সংক্ৰমণ প্ৰতিৰোধ কৰা।

বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ সেয়ে এই ভাইৰাছবিধক প্ৰতিৰোধত সৰ্বাত্মক গুৰুত্ব প্ৰদান কৰি বিভিন্ন বিধান আগবঢ়াই আহিছে।

WHOএ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক সৰ্তক কৰি দিছে যে COVID19এ কিছুসময়ৰ বাবে বায়ুমণ্ডলতো জী থাকে। তেনে সময়ত COVID19এ আক্ৰান্তসকলৰ চিকিৎসা সেৱাত নিয়োজিত হৈ থাকোতে তেওঁলোককো আক্ৰান্ত হ’ব পাৰে।

WHOৰ ইমাৰ্জিং ডিজিছছ এণ্ড জুনিছিছৰ গোটৰ প্ৰধান ডাঃ মাৰিয়া কাৰ্নখ’ভৰ মতে হাঁচি আৰু কাঁহৰ জৰিয়তে নিৰ্গত জুলীয়া পদাৰ্থৰ জৰিয়তে অথবা জুলীয়া টোপৰ দ্বাৰাও COVID19  সংক্ৰমণ ঘটিব পাৰে।

অৰ্থাৎ বায়ুমণ্ডলৰ বতাহৰ দ্বাৰা মানুহলৈ সংক্ৰমিত হ’ব পাৰে COVID19এ। অৱশ্যে এইদৰে সংক্ৰমণ ঘটাৰ ক্ষেত্ৰত বায়ুমণ্ডলৰ উষ্ণতা আৰু আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰশীল হ’ব COVID19।

তেওঁৰ মতে COVID19এ অৱশ্যে ক্ষণিকৰ বাবে বতাহৰ দ্বাৰা প্ৰৱাহিত হ’ব পাৰে! অৱশ্যে এইক্ষেত্ৰত সাধাৰণ লোকসকল চিনাম্বিত হোৱাৰ প্ৰয়োজন নাই। চিকিৎসা সেৱাত নিয়োজিতসকলৰ বাবেহে এই সতৰ্কতাৰ প্ৰয়োজন।

ইমান দিনে হাঁচি কাঁহৰ লগতে মানুহৰ স্পৰ্শৰ পৰাহে দ্ৰুত গতিত COVID19এ সংক্ৰমণ ঘটে বুলি জনা গৈছিল।

ডাঃ কাৰ্নখ’ভৰ মতে বিভিন্ন দেশৰ বায়ুণ্ডলৰ উষ্ণতা আৰু আৰ্দ্ৰতা তথা তাপমাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে COVID19ৰ জীৱন উপৰিক্ৰমা।

আনফালে আমেৰিকাৰ চেন্টাৰ ফৰ ডিজিছ কন্ট্ৰ’ল এণ্ড প্ৰিভেণ্টশ্যনৰ সঞ্চালক ৰ’ৰ্বাট ৰেডফিল্ডে যোৱা মাহতে কৈছিল যে কিছুমান নিৰ্দিষ্ট পদাৰ্থৰ পৃষ্ঠত COVID19এ জীয়াই থাকিব পাৰে।

তেওঁ কৈছিল যে মসৃণ তাম্ৰ আৰু ষ্টীলৰ পাত্ৰত দুঘণ্টা পৰ্যন্ত জী থাকে COVID19এ। তেওঁৰ মতে কাৰ্ডব’ৰ্ড অথবা প্লাষ্টিকত ততোধিক সময় জী থাকিব পাৰে COVID19এ।

WHO ৰ সঞ্চালক ডাঃ টেড্ৰ’ছ এডানম ঘেব্ৰেয়াছুছে সোমবাৰে কয় যে যোৱা সপ্তাহত COVID19এ অতি দ্ৰুত গতিত সংক্ৰমণ ঘটা দেখা গৈছে।

তেওঁ লগতে আৰু কয়, ‘সকলো দেশেলৈ আমাৰ এটাই আহ্বান, কেৱল টেষ্ট টেষ্ট টেষ্ট কৰক। সন্দেহজনক সকলো কেচৰে নমুনা পৰীক্ষা কৰক। নমুনা পৰীক্ষাত পজিটিভ ওলোৱাসকলক আইচ’লেশ্যনত ৰাখক আৰু লক্ষণে দেখা দিয়াৰ দুদিন পূৰ্বে তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলোকে সন্ধান কৰি উলিয়াওক।’

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd