• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কোনে ৰান্ধে নৰেন্দ্ৰ মোদীৰ খাদ্য? দৰমহা কিমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2023 8:18 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱনৰ লক্ষ্য স্থিৰ হ’লে বাটত কোনো বাধা নাথাকে। সেই কথা প্ৰমাণ কৰিলে বিশ্ববিখ্যাত চেফ বিকাশ খান্নাই। এতিয়া তেওঁৰ ৰন্ধন প্ৰণালী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামালৈকে সকলোৰে প্ৰিয়। 

বিকাশ খান্না বিশ্ববিখ্যাত চেফ হোৱাৰ কাহিনী জানো আহক। বিকাশ খান্নাৰ জন্ম হৈছিল ১৯৭১ চনৰ ১৪ নৱেম্বৰত অমৃতসৰত। তেওঁৰ পিতৃ দেৱীন্দৰ খান্নাৰ এখন ভিডিঅ’ কেছেট ভাড়াৰ দোকান আছিল। বিকাশৰ জন্মৰ পৰাই ক্লাবফুটৰ সমস্যা আছিল। যাৰ বাবে তেওঁ ভালদৰে খোজ কাঢ়িবও নোৱাৰিলে, দৌৰিবও নোৱাৰিলে। ১৩ বছৰ বয়সলৈকে তেওঁৰ এই সমস্যা আছিল। সেইবাবেই সৰুৰে পৰা নিজকে ঘৰতে বেছিকৈ ৰাখিছিল। 

Apply Now

ঘৰত তেওঁ বেছিভাগ সময় আইতাকৰ লগত পাকঘৰতে কটায়। ইয়াৰ পিছত তেওঁ কিশোৰ অৱস্থাৰ পৰাই ৰন্ধা-বঢ়া আৰম্ভ কৰিলে। তাৰ পিছত বিকাশে ১৭ বছৰ বয়সত কেটাৰিং ব্যৱসায় আৰম্ভ কৰে। মাকৰ লগত মিলি চহৰৰ বিভিন্ন বিদ্যালয়ৰ সন্মুখত হাতেৰে বনোৱা চোলে-ভাতুৰ বিক্ৰী কৰিবলৈ ধৰিলে।

তেওঁ স্কুল শেষ কৰি হোটেল মেনেজমেণ্টৰ পঢ়া-শুনা কৰিবলৈ বাংগালুৰুলৈ যায়। কিন্তু তাতো তেওঁৰ ইংৰাজী জ্ঞানৰ অভাৱে বাধাৰ সৃষ্টি কৰিছিল। কিন্তু সকলো বাধা অতিক্ৰম কৰি বিকাশে ১৯৯১ চনত হোটেল মেনেজমেণ্টত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ বিদেশলৈ যায়। নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ কুলিনেৰী ইনষ্টিটিউট অৱ আমেৰিকাত অধ্যয়ন সম্পূৰ্ণ কৰে।

কিন্তু তেতিয়াও বিকাশে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ২০০৮ চনত পেৰিছৰ এখন ৰেষ্টুৰেণ্টত ডিচৱাছাৰ হিচাপেও কাম কৰিবলগীয়া হৈছিল। সকলো বাধা অতিক্ৰম কৰি তেওঁ ২০১০ চনত নিউয়ৰ্কৰ অভিজাত অঞ্চল মানহাটানত এখন ৰেষ্টুৰেণ্ট খুলিছিল। পিছৰ বছৰত তেওঁৰ ৰেষ্টুৰেণ্ট আৰু তেওঁ ‘মিচেলিন ষ্টাৰ’ উপাধি লাভ কৰে।

অৱশ্যে বিকাশে নিজকে কেৱল চেফ হিচাপে সীমাবদ্ধ কৰি ৰখা নাছিল। ‘মাষ্টাৰচেফ ইণ্ডিয়া’ত আয়োজক আছিল খান্না। বাৰাণসী আৰু বৃন্দাবনৰ বিধৱাৰ কাহিনীৰ ওপৰত তেওঁ এখন চিনেমা নিৰ্মাণ কৰিছিল। 

তেখেতে বহু সামাজিক কাম-কাজতো জড়িত। তেওঁৰ জন্মভূমি পঞ্জাৱ গুৰদ্বাৰাত বিনামূলীয়াকৈ লাংগাৰ প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd