• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৌৰৱ গগৈ কোন? মই চিনি নাপাওঁ : নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা

NE NOW NEWS এন ই নাও নিউজ
বোকাখাত , March 23, 2019 5:28 pm

1 min read

গৌৰৱ গগৈ কোন? মই চিনি নাপাওঁ : নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা
1.5k
VIEWS
Share on FacebookShare on Twitter

‘গৌৰৱ গগৈ কোন? মই চিনি নাপাওঁ, তেওঁ কাৰোবাক প্ৰতিনিধিত্ব কৰে।’ বোকাখাতত আজি অনুষ্ঠিত এক নিৰ্বাচনী সভাত সংসাদ গৌৰৱ গগৈক উদ্দেশ্যি এই মন্তব্য নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ।

কলিয়াবৰ লোকসভা সমষ্টিত অগপ-বিজেপি মিত্ৰযোটৰ প্ৰাৰ্থী হিচাপে শুকুৰবাৰে অৰ্থাৎ ২২ মাৰ্চত মণি মাধৱ মহন্তৰ নাম ঘোষণা কৰে। ইয়াৰ পিছতে আজি বোকাখাতত অনুষ্ঠিত হয় নিৰ্বাচনী সভা। এই নিৰ্বাচনী প্ৰচাৰ সভা আহ্বান কৰে অগপ, বিজেপি আৰু গণশক্তিয়ে৷

নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় অগপ, বিজেপি আৰু গণশক্তিৰ নেতৃত্ব যথেষ্ট শক্তিশালী। গতিকে অগপক পুনৰ শক্তিশালী কৰিবৰ বাবে হিমন্তই আহ্বান জনায়।

তাৰোপৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে মোদীক পুনৰ প্ৰধানমন্ত্ৰী কৰাৰ স্বাৰ্থতে পুনৰ অগপৰ সৈতে মিত্ৰতা হৈছে। প্ৰতিটো ৰাজনৈতিক দলৰে সাংগঠনিক ভেটি দৃঢ় কৰাৰ অধিকাৰ আছে। কলিয়াবৰত অগপ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ বিজেপি আৰু গণশক্তিৰ কৰ্মীৰ দায়িত্ব বেছি। এই নিৰ্বাচন অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন।

ইফালে সভাত  বিৰোধী দলৰ হৈ প্ৰতিদন্দ্বিতা আগবঢ়োৱা সাংসদ গৌৰৱ গগৈৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈকো মন্ত্ৰী হিমন্তই তীব্ৰ সমালোচনা কৰে। লগতে কংগ্ৰেছ আৰু এই আই ইউ ডি এফৰ মাজত চৰ্চিত হৈ থকা মিত্ৰতাসন্দৰ্ভত শৰ্মাই কয় যে ‘পুত্ৰমোহত বন্দী তৰুণ গগৈয়ে আজমলক আঁকোৱালি ল’ব পাৰে, কিন্তু আমি নলওঁ।’

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd