DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2023 3:37 pm
160
VIEWS
Share on FacebookShare on Twitter

ভাতৃ-ভগ্নীৰ প্ৰেমৰ বিষয়ে বহুতো কাহিনী পোৱা যায়। এই মিঠা সম্পৰ্কটো বিপদৰ সন্মুখত হৈ পৰে এক দুৰ্ভেদ্য দুৰ্গ, যি জীৱন আৰু মৃত্যুৰ মাজত টানি দিয়ে এক শক্তিশালী পৰ্দা । চিৰিয়াৰ এগৰাকী সাত বছৰীয়া ছোৱালীয়ে ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণ দাঙি ধৰিছে।

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাই পৰা স্বত্ত্বেও তাই তাইৰ ভায়েকক পৰম মমতাৰে আৱৰি ৰাখিছে। যেন শক্তিশালী হাতেৰে মৃত্যুক প্ৰতিৰোধ কৰিছে।

এনে এক ভয়ংকৰ বিপদত যথেষ্ট সাহস দেখুওৱাৰ বাবে চিৰিয়াৰ সেই ছোৱালীজনীক সমগ্ৰ বিশ্বই প্ৰশংসাৰে উপচাই দিছে।

The 7 year old girl who kept her hand on her little brother's head to protect him while they were under the rubble for 17 hours has made it safely. I see no one sharing. If she were dead, everyone would share! Share positivity… pic.twitter.com/J2sU5A5uvO

— Mohamad Safa (@mhdksafa) February 7, 2023

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে ঘটনাটোৰ এটা ভিডিঅ’ টুইট কৰি লিখিছে, “এই সাহসী ছোৱালীজনীৰ বাবে অন্তহীন প্ৰশংসা।‘’

Endless admiration for this brave girl.pic.twitter.com/anliOTBsy1

— Tedros Adhanom Ghebreyesus (@DrTedros) February 8, 2023

ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি মহম্মদ চাফাৱে টুইট কৰি কয়, “ছোৱালীজনীয়ে তাইৰ ভায়েকক ১৭ ঘণ্টা ধৰি সুৰক্ষা দিবলৈ হাত আৰু মুৰ পাতি ধৰিছে। মই কাকো ইয়াক শ্বেয়াৰ কৰা দেখা নাপালো। কিন্তু মৃত্যু হ’লে সকলোৱে ঠিকেই শ্বেয়াৰ কৰে। ইতিবাচক বিষয়ো শ্বেয়াৰ কৰক।‘’

Recent News

বেয়া খবৰ !  UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

বেয়া খবৰ ! UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

ফেচবুক কৰ্ণাৰ : অসমীয়া-বঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা সম্ভৱ নহয়

ফেচবুক কৰ্ণাৰ : অসমীয়া-বঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা সম্ভৱ নহয়

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

ঘৃণাসূচকৰ বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

ঘৃণাসূচকৰ বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd