• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ উৎপত্তিৰ উৎসৰ সন্ধানত চীনলৈ যাব WHOৰ এটা অনুসন্ধানকাৰী দল!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 7, 2020 10:51 am

1 min read

World-Health-Organisation
5.8k
VIEWS
Share on FacebookShare on Twitter

বিশ্ব স্থাস্থ্য সংস্থা( WHO)এ ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনৰ য়ুদান প্ৰদেশলৈ এটা দল প্ৰেৰণ কৰিব।

বুধবাৰে এই সম্পৰ্কত WHOৰ জেনেভাস্থিত কাৰ্যালয়ে এই কথা প্ৰকাশ কৰিছে।

এই সম্পৰ্কত চীন চৰকাৰৰ লগত আলোচনা কৰি থকা বুলি জানিবলৈ দিছে WHOএ।

য়ুহানৰ যিখন বজাৰত ক’ৰ’না উৎপত্তি হোৱা বুলি চীনে দাবী কৰিছে সেই বজাৰখনত WHOৰ অনুসন্ধানকাৰী দলটোৱে ক’ৰ’নাত উৎপত্তিৰ অনুসন্ধাৰ কৰিব।

WHOৰ টেকনিকেল প্ৰধান ডাঃ খাৰ্খভে কয় যে আন্তুক অভিযানৰ বাবে চীনৰ লগত আলোচনা চলাই থকা হৈছে।

উল্লেখ্য য়ুহানৰ এখন মাংসৰ বজাৰ পৰা এই মাৰাত্মক ভাইৰাছবিধ উৎপত্তি হোৱা বুলি কোৱা হৈছিল।

এই সন্দৰ্ভত বিজ্ঞানীসকলে বিভিন্ন জন্তুৰ শৰীৰত পৰীক্ষা কৰি আছে যদিও এতিয়াও ইয়াৰ উৎসৰ সন্ধান পোৱা নাই।

যোৱা ফেব্ৰুৱাৰি মাহত WHOএ ডাঃ খাৰ্খভেৰ নেতৃত্বত এটা আন্তৰ্জাতিক বিশেষজ্ঞ দলে চীনলৈ এই সম্পৰ্কত এটা দল প্ৰেৰণ কৰিছিল।

তেতিয়াই দলটোৱে বিভিন্ন জন্তুৰ শৰীৰত ভাইৰাছবিধ সন্ধানৰ বাবে চীনক পৰীক্ষা কৰিবলৈ অনুমোদন দিছিল।

বুধবাৰে WHOএ কয় যে মানৱ সমাজলৈ সংকট অনা অজ্ঞাত জন্তুৰ পৰা উদ্বুদ্ধ এই ভাৰইৰাছক প্ৰতিৰোধ কৰাতো কঠিন হৈ পৰিছে।

Tags: COVID-19

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd