• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

WHOই দিলে আশাৰ বতৰা: দুসপ্তাহৰ ভিতৰতে পোৱা যাব পাৰে কৰ’নাৰ দৰৱৰ ট্ৰায়েল ৰিজাল্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 4, 2020 12:28 pm

1 min read

who-2_062320083514-new-750x375

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ'ছ আধানম ঘেব্ৰিয়েছুছ।

8.4k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে দ্ৰুতভাৱে বৃদ্ধি পাইছে মাৰাত্মক ভাইৰাছ কৰ’নাৰ সংক্ৰমণ।

শুকুৰবাৰে এদিনতে গোটেই বিশ্বত ২লাখতকৈয়ো অধিক লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

ইয়াৰ মাজতে এক আশাৰ বতৰা দিছে বিস্ব স্বাস্থ্য সংস্থা (WHO)ই।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে আগন্তুক দুসপ্তাহৰ ভিতৰতে কৰ’না ভাইৰাছৰ দৰৱ ট্ৰায়েলৰ ফলাফল আহিব পাৰে।

ট্ৰায়েলৰ ফলাফল ইতিবাচক হ’লে কৰ’না ভাইৰাছৰ বহু প্ৰতীক্ষিত দৰৱ লাভ কৰি বিশ্ববাসী উপকৃত হ’ব পাৰে।

ভেকচিনৰ সমান্তৰালকৈ কৰ’নাৰ দৰৱকলৈয়ো গোটেই বিশ্বতে ক্ষিপ্ৰতাৰে গৱেষণা চলিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম ঘেব্ৰিয়াছুছে কয়,’’৩৯খন দেশৰ প্ৰায় চাৰে পাঁচ হাজাৰ কৰ’না আক্ৰান্ত ৰোগীৰ ওপৰত দৰৱৰ ছলিডাৰিটি ট্ৰায়েল চলোৱা হৈছে। আশা কৰো দুসপ্তাহৰ ভিতৰতে অন্তৰ্ৱতীকালীন ফলাফল পোৱা যাব।‘’

বৰ্তমান সমগ্ৰ বিশ্বতে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ১ কোটি ১০লাখ অতিক্ৰম কৰিছে। বিগত সাতমাহ ধৰি এই মহামাৰী চলি আছে।

কৰ’নাৰ দৰৱৰ ৪টা ভাগত ট্ৰায়েল আৰম্ভ হৈছে। ষ্টেণ্ডাৰ্ড কেয়াৰত ৰেডিছিভিৰ, এন্টি মেলেৰিয়া দৰৱ হাইড্ৰক্সিক্ল’ৰ’কুইন, এইচ আই ভি ড্ৰাগ লপিনেভিৰ বা ৰাইট’নভিৰ আৰু লপিনেভিৰ অথবা ৰাইট’নেভিৰৰ সৈতে ইন্টাৰফেৰনৰ।

কৰ’নাৰ এই দৰৱ লাভত সফল হ’লে চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে কৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এক ডাঙৰ সকাহ লাভ কৰিব।

Tags: COVID-19

Recent News

aaa rrrr

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd