• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’ণা ভাইৰাছৰ উৎস বিচাৰি  চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ দল

NE NOW NEWS এন ই নাও নিউজ
, July 4, 2020 5:02 pm

1 min read

WHO team to visit China n
843
VIEWS
Share on FacebookShare on Twitter

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছ কিদৰে বিয়পি পৰিল সেই ৰহস্য ভেদ কৰিবলৈ চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ এটা দল।যাব বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ আধানম ঘ্ৰেবেয়েছাচে এই কথা প্ৰকাশ কৰিছে।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে আমেৰিকাই চীনক দোষাৰোপ কৰি থকাৰ লগতে এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাকো সন্দেহৰ দৃষ্টিৰে চাই আহিছে।

এনে সন্দেহ দূৰ কৰাৰ বাবেই বিশ্ব স্বাস্থ্য সংস্থাই এটা বিশেষ দল চীনলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।

দলটোৱে চীনৰ ওহান প্ৰদেশলৈ গৈ দৰাচলতে ভাইৰাছবিধৰনো কি দৰে উৎপত্তি ঘটিছিল আৰু ই কিদৰে সমগ্ৰ বিশ্বতে বিয়পি পৰিল সেয়া পৰীক্ষা কৰিব।

চীনে প্ৰথমতে ভাইৰাছ বিধ বাদুলীৰ দেহত উৎপত্তি হোৱা বুলি কৈছিল।এই ভাইৰাছ বিধ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত নহয় বুলিও চীনে বিশ্ব স্বাস্থ্য সংস্থাক প্ৰতিবেদন দিছিল।

চীনৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত নহয় বুলি ঘোষণা কৰিছিল। অৱশেষত যেন সেই ঘোষণাই কাল হ’ল বহুতৰে বাবে।

আমেৰিকাই জবাবদিহি কৰা বিশ্ব স্বাস্থ্য সংস্থাই সেয়ে এটা দল চীনলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে।

Recent News

Imran-1

চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd