• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহাৰাষ্ট্ৰ, ঝাৰখণ্ডত কাৰ হ’ব চৰকাৰ! কি কয় এক্সিট প’লে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 20, 2024 10:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে। কেইবাটাও সমীক্ষাত দেখা গৈছে যে প্ৰাৰম্ভিক ধাৰাত বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহে আগবাঢ়ি আছে।মহাৰাষ্ট্ৰত পি মাৰ্ক বুথৰ সমীক্ষাত দেখা গৈছে যে বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহে ১৩৭ৰ পৰা ১৫৭খন আসনৰ ভিতৰত জয়ী হোৱাৰ সম্ভাৱনা আছে। কংগ্ৰেছ বা মহা বিকাশ আঘাড়ীৰ সৈতে ইণ্ডিয়া মিত্ৰজোঁটে ১২৬ৰ পৰা ১৪৬খন আসন লাভ কৰিব পাৰে। আনসকলে ২-৮ খন আসন পাব পাৰে বুলি প্ৰকাশ পাইছে।

আনহাতে, মহাৰাষ্ট্ৰত মহাজোঁট বা শাসকীয় মিত্ৰজোঁটে পুনৰ চৰকাৰ গঠন কৰিব পাৰে বুলি মাট্ৰিজৰ সমীক্ষাত ভৱিষ্যদ্বাণী কৰা হৈছে। তেওঁলোকৰ বুথ প’লৰ পৰা অনুমান কৰিব পাৰি যে বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহে ১৫০-১৭০খন আসন লাভ কৰিব পাৰে। আনহাতে বিৰোধী মিত্ৰজোঁটে ১১০-১৩০খন আসন লাভ কৰিব পাৰে। অন্যানই পাব পাৰে ৮-১০ খন আসন।

Apply Now

পিপলছ পালছ প্ৰজেক্টৰ তথ্য অনুসৰি মিত্ৰজোঁটে বৃহৎ ব্যৱধানত জয়লাভ কৰিবলৈ সাজু হৈছে। ২৮৮খন আসনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ একক সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ১৪৫টা। এই মহাজোঁট মিত্ৰতাই ১৮২ (১৭৫-১৯৫) পাব পাৰে। আনহাতে মহা বিকাশ আঘাড়ীয়ে ৯৭খন (৮৫-১১২) আসন লাভ কৰিব পাৰে।অন্যান্যই পাব ৭-১২ খন আসন।

আনহাতে, ঝাৰখণ্ডত প্ৰায়বোৰ বুথ প’ল জৰীপৰ প্ৰতিবেদনে হেমন্ত ছোৰেনৰ নেতৃত্বত জিএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁটৰ ক্ষমতালৈ অহাৰ স্পষ্ট আভাস দিছে। অৱশেষত কি হ’ব সেয়া ২৩ নৱেম্বৰ অৰ্থাৎ শনিবাৰে জানিব পৰা যাব।

Axis My India booth return survey ৰ মতে হেমন্ত ছোৰেনে ঝাৰখণ্ডত চৰকাৰ গঠন কৰিব। আনহাতে, টাইমছ নাওৱে কয়, ঝাৰখণ্ডত বিজেপি পুনৰ ক্ষমতালৈ আহিছে।

চাণক্যৰ বুথ ৰিটাৰ্ণ সমীক্ষাত কোৱা হৈছে যে মহাৰাষ্ট্ৰৰ ১৫০ৰ পৰা ১৬০খন আসন লাভ কৰি এন ডি এয়ে ক্ষমতাত থাকিব। চাণক্যই কংগ্ৰেছ, শিৱসেনা (ইউটিবি) আৰু শাৰদ পাৱাৰৰ এনচিপিক ১৩৮ খন আসনৰ বিপৰীতে বিজেপিৰ মিত্ৰজোঁটক ১৩৮ খন আসন দিয়ে। ঝাৰখণ্ডতো তেওঁলোকে এন ডি এক জয়ী হিচাপে প্ৰকাশ কৰিছে।

মুঠতে বেছিভাগ বুথ ৰিটাৰ্ণ সমীক্ষাই ৰাজ্য দুখনত বিজেপি নেতৃত্বাধীন এন ডি এক দেখুৱাইছে৷

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd