• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জিত দাসে পালে মন্ত্ৰিত্ব; কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 10, 2021 2:56 pm
flage
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যিক বিজেপিৰ বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত কেবিনেট পৰ্য্যায়ৰ মন্ত্ৰিত্ব লাভ কৰিছে।

অৱশ্যে, এতিয়ালৈকে তেওঁক কি দপ্তৰ দিছে সেয়া গম পোৱা নাই যদিও বিজেপিৰ এক উচ্চস্তৰীয় সুত্ৰই দাবী কৰা মতে তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদৰ পৰা অব্যাহতি ল’ব।

Apply Now

সেয়েহে, এতিয়া প্ৰশ্ন উঠিছে কোন হ’ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি?

প্ৰথমে সভাপতি হিচাপে মন্ত্ৰিত্ব লাভৰ পৰা বঞ্চিত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আৰু পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ নাম চৰ্চালৈ আহিছিল।

কিন্তু নিয়ম অনুসৰি যদি মুখ্যমন্ত্ৰীগৰাকী উজনিৰ হয় তেন্তে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী নামনি অসমৰ বাসিন্দা হ’ব লাগিব।

বিগত সময়ছোৱাতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উজনিৰ হোৱা সূত্ৰে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাবে নামনি অসমৰ ৰঞ্জিত দাসক নিৰ্বাচিত কৰা হৈছিল।

সেই অনুসৰি সূত্ৰটোৱে দাবী কৰা মতে উজনিৰ কোনোবা এগৰাকীক এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিব।

সুত্ৰটোৱে আমাক জনোৱা মতে এইক্ষেত্ৰত বহুল চৰ্চা হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীৰ নাম।

ৰামেশ্বৰ তেলীকে এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ পূৰ্ণ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে সূত্ৰটোৱে।

Rameswar-Teli-MP-LS

উল্লেখযোগ্য যে, ছাত্ৰ জীৱনত আটছাৰ নেতা হিচাপে পৰিচিত ৰামেশ্বৰ তেলী ২০০১ চনত বিধানসভালৈ নিৰ্বাচিত হৈ সক্ৰিয় ৰাজনীতিত খোজ পেলাইছিল।

বিজেপিৰ বেয়া দিনতো দুলীয়াজান সমষ্টিৰ পৰা ২০০১ আৰু ২০০৬ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পাছতে তেওঁ ২০১৪ আৰু ২০১৯ চনত লোকসভাৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

অৱশ্যে, সূত্ৰটোৱে দাবী কৰা মতে ৰামেশ্বৰ তেলী পৰৱৰ্তী ৰাজ্যিক বিজেপিৰ সভাপতি হয় নে নাই সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd