• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সচেতন নহয় ভাৰতীয়সকল, সেয়ে বাঢ়িছে কৰ’নাৰ সংক্ৰমণ; দাবী WHOৰ বিজ্ঞানীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2021 7:53 am
med

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত কৰ’নাৰ দ্বিতীয়টো ঢৌত সংক্ৰমণ কিয় ইমান বৃদ্ধি পাইছে? কেবল ভাইৰাছৰ ৰূপ সলনি হোৱাটোৱেই নে আন কিবা কাৰণ আছে? ইয়াৰ উত্তৰ দিছে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান বিজ্ঞানী সৌম্যা স্বামীনাথনে।

আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত স্বামীনাথনে কয়,’’মানুহৰ সচেতনতাৰ অভাৱৰ বাবেই ভাৰতত কৰ’নাৰ ব্যাপক সংক্ৰমণ ঘটিছে। জনসমাৱেশ বৃদ্ধি পাইছিল। মানুহে মাস্ক পৰিধান কৰা বা আন কোভিড বিধি মানি চলিবলৈও এৰিছিল। ফলত প্ৰথমাৱস্থাত তলৰ পৰ্যায়ত বহুদিন ধৰি সংক্ৰমণ বিয়পিছে। লাহে লাহে সেয়া বিস্তাৰিত হৈ পৰিছে।‘’

Apply Now

বিজ্ঞানীগৰাকীয়ে লগতে সকীয়াই দিছে যে এনেদৰে চলি থাকিলে এসময়ত সংক্ৰমণ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব পাৰে।

বিশেষজ্ঞসকলে আগজাননী দিয়া অনুসৰি চলিত মাহতেই কৰ’না সংক্ৰমণৰ হাৰ শীৰ্ষত উপনীত হ’ব পাৰে। মৃত্যুৰ সংখ্যা বাঢ়ি ১০ লাখ হ’বগৈ পাৰে।

বিজ্ঞানীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতত যিটো প্ৰজাতি সক্ৰিয় সেইটো .১.৬১৭। এই প্ৰজাতিক বিশ্ব স্বাস্থ্য সংস্থাই এতিয়া উদ্বেজনক আখ্যা নিদিলেও আমেৰিকা, ব্ৰিটেইনৰ দৰে দেশে সেই আখ্যা দিছে।

বিশ্ব স্বাস্থ্য সংস্থাই এই প্ৰজাতিকো উদ্বেগজনক প্ৰজাতি হিচাপে চিহ্নিত কৰা উচিত বুলি মন্তব্য কৰে সৌম্যা স্বামীনাথনে।

তেওঁ লগতে কয়,’’ বি.১.৬১৭ প্ৰজাতিয়ে ক্ৰমে চৰিত্ৰ সলনি বা মিউটেট কৰিছে। ইয়াৰ ফলত এই ভাইৰাছৰ সংক্ৰমণ ক্ষমতা আৰু বৃদ্ধি পাইছে। কেবল সেয়াই নহয়, আগন্তুক দিনত এই ভাইৰাছ এন্টিবডী ৰোধক হৈয়ো উঠিব পাৰে। অৰ্থাৎ ভেকচিন বা আন কাৰণত শৰীৰত প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠিলেও এই ভাইৰাছক ৰোধ কৰা কঠিন হৈ উঠিব পাৰে। সেয়ে, এতিয়াই সাৱধান হ’ব লাগিব।‘’

তেওঁ কয় যে এতিয়ালৈকে ভাৰতৰ মাত্ৰ ২ শতাংশ লোকক ভেকচিন দিয়া সম্ভৱ হৈছে।এনেদৰে চলি থাকিলে সকলোকে ভেকচিন দিওতে বছৰ পাৰ হৈ যাব। তেতিয়ালৈকে হয়তো ভাইৰাছে চৰিত্ৰ সলনি কৰি পেলাব। তেতিয়া ভেকচিনৰ কাৰ্যকৰিতা নাথাকিব।

বিজ্ঞানীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ভাইৰাছটো যিমানে বিয়পিব সিমানেই ইয়াৰ চৰিত্ৰ সলনিৰ আশংকা বৃদ্ধি পাব। সেয়ে সকলোকে সতৰ্ক হ’বলৈ আহ্বান জনাইছে বিজ্ঞানী সৌম্যা স্বামীনাথনে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd