• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনৰ লোকসকলে কিয় পাকিস্তানী নাৰীৰ সৈতে হুৰাহুৰে বিয়া পাতিছে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 2, 2021 2:38 pm

2 min read

collected photo

ফাইল ফটো: সংগৃহিত।

59.4k
VIEWS
Share on FacebookShare on Twitter

চীনৰ লোকসকলে বিয়াৰ ক্ষেত্ৰত পছন্দৰ আটাইতকৈ শীৰ্ষত ৰাখিছে পাকিস্তানী নাৰীক।

পাকিস্তানৰ লাহোৰ, ৰাৱালপিণ্ডি, গুজৰানোৱালা, মাণ্ডি বাহাউদ্দিন তথা ফইছলাবাদৰ নাৰীসকলৰ সৈতে চীনৰ নাগৰিকে অধিক বিয়া পাতিছে।

পাকিস্তানৰ নাৰীৰ প্ৰতি চীনা পুৰুষৰ এই আগ্ৰহৰ কাৰণ কি?

বাতৰি অনুসৰি, চীনৰ বিবাহযোগ্য পুৰুষসকলৰ বিয়াৰ বাবে পাকিস্তানী যুৱতী বিচৰাৰ অন্যতম কাৰণ হৈছে দেশখনৰ জনসংখ্যা ক্ষেত্ৰত দেখা দিয়া ক্ৰমহাসমান পৰিস্থিতি।

তদুপৰি, পাকিস্তানৰ বহুকেইটা স্থানত ব্যাপক দৰিদ্ৰ জনগোষ্ঠীয়ে তেওঁলোকৰ অভাৱগ্ৰস্ততাৰ পৰা পৰিত্ৰাণ বিচাৰিছে।

এই পাকিস্তানী নাৰীসকলৰ বেছিভাগেই সংখ্যালঘু সম্প্ৰদায়ৰ। বিয়াৰ বাবে চীনৰ পুৰুষসকলৰ পক্ষৰ পৰা বহুক্ষেত্ৰত এইসকল নাৰীক প্ৰলোভন দিয়া হয়।

চীনৰ এক সন্তান নীতিৰ বাবে দেশখনে সম্প্ৰতি বহু ভূগিবলগীয়া হৈছে। সেইদৰে পুত্ৰ সন্তানৰ অগ্ৰাধিকাৰ পোৱাৰ বাবে যি লিংগ পাৰ্থক্য গঢ়ি উঠিছিল সেয়া এতিয়াও ৰৈ গৈছে। অৱশ্যে, সেই নীতি এতিয়া বাতিল হৈছে।

বিগত ডিচেম্বৰৰ পৰিসংখ্যা অনুসৰি, চীনত বিবাহযোগ্য পুৰুষৰ সংখ্যা বিবাহযোগ্যা নাৰীৰ তুলনাত তিনি কোটিতকৈয়ো অধিক।

ইপিনে, নিজৰ দৰিদ্ৰতাৰ পৰা আঁতৰি আহি এটা স্বচ্ছল জীৱন পোৱাৰ আশাত পাকিস্তানৰ যুৱতীসকলেও আন দেশত বিয়া হৈছে।

দেশ দুখনৰ মাজত সম্পৰ্ক ভাল হোৱাৰ বাবে ইখনে-সিখনক সহায়ো কৰিছে। সমান্তৰালভাৱে পাকিস্তানী নাৰীৰ সৈতে চীনৰ পুৰুষৰ বিয়াৰ সংখ্যাও ক্ৰমে বৃদ্ধি পাবলৈ লৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd