• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটত ন-বিজেপি অজন্তা নেওগৰ বাবে কিয় ফেক্টৰ হৈ পৰিছে ন-কংগ্ৰেছী বিতুপন?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2021 8:09 pm
Ajanta Neog and Bitopan Saikia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অন্যান্য সমষ্টিৰ লগতে গোলাঘাট বিধানসভা সমষ্টিটোত এতিয়া ৰাজ্যৰ বহুতৰে দৃষ্টি বিশেষ ভাবে নিৱদ্ধ হৈছে।

মুলতঃ কংগ্ৰেছৰ আধিপত্য থকা গোলাঘাট সমষ্টিত এইবাৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা ছবি এখন প্ৰকট হোৱাত জয়-পৰাজয়ৰ অংক অধিক জটিল হৈ পৰিছে।

Apply Now

অসমৰ এটা সন্মানীয় সমষ্টি গোলাঘাট সমষ্টিত ১৯৫১ চনৰে পৰা কংগ্ৰেছে বিশেষ আধিপত্য বিস্তাৰ কৰি আহিছে।

১৯৫১ চনত সমষ্টিটোত কংগ্ৰেছৰ ৰাজেন্দ্ৰ নাথ বৰুৱা বিজয়ী হোৱাৰ পিছৰে পৰা একাদিক্ৰমে ১৯৫৭,১৯৬২ চনৰ বিধানসভা নিৰ্বাচনতো সমষ্টিটো কংগ্ৰেছৰ হাতলৈয়ে গৈছিল।১৯৬২ চনৰ পিছত মাজতে দেশৰ ৰাজনৈতিক দৃশ্যপট সলনি হোৱাৰ বাবে সমষ্টিটো আন দলৰ দখললৈ গৈছিল যদিও ১৯৮৩ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ নগেন নেওগে পুনৰ সমষ্টিটো কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল।

অসম আন্দোলনৰ ভৰপক সময়ত সমষ্টিটো নিৰ্দলীয় প্ৰাৰ্থী দেৱেশ্বৰ বৰাৰ দখললৈ গৈছিল যদিও ১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত পুনৰ কংগ্ৰেছৰ নগেন নেওগ বিজয়ী হৈছিল।

ইয়াৰ পিছত এক অনাহুত পৰিস্থিতিত নগেন নেওগৰ মৃত্যু হোৱাৰ পিছত নেওগৰ পত্নী অজন্তা নেওগে গোলাঘাট সমষ্টিত একেৰাহে ২০০১,২০০৬,২০১১ আৰু ২০১৬ ৰ বিধানসভা নিৰ্বাচনত বিজয়ী হৈছিল।মুলতঃ কংগ্ৰেছৰ ঘাটি হিচাবে পৰিচিত সমষ্টিটোত অজন্তা নেওগৰ চাৰিবাৰকৈ বিজয়ৰ আঁৰত অনুকম্পামূলক কাৰক বিশেষ জৰিত থকা বুলি ক’ব নোৱাৰি।

কাৰণ সমষ্টিটোৰ চাহ বাগিচা অঞ্চলৰ বহু ভোটাৰৰ বাবে অজন্তা নেওগৰ সলনি কংগ্ৰেছৰ নামটোহে় বেছি চিনাকী।

কংগ্ৰেছৰ পৰা একেৰাহে চাৰিবাৰকৈ বিজয়ী হোৱা এজন্তা নেওগে এইবাৰ বিজেপিত যোগদান কৰিছে।একেদৰে বিতুপন শইকীয়াই বিজেপি এৰি যোদ দিছে কংগ্ৰেছত।

আনহাতে বিজেপিৰ পৰা টিকট নাপাই যোৱা নিৰ্বাচনত অজন্তা নেওগৰ হাতত পৰাজিত হোৱা বিজেপি নেতা বিতুপন শইকীয়াই যোগ দিছে কংগ্ৰেছত।

লক্ষ্যণীয় কথাটো হ’ল প্ৰাক্তন বিজেপি তথা ন-কংগ্ৰেছী বিতুপন শইকীয়াই ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত অজন্তা নেওগৰ হাতত পৰাজিত হৈছিল মাত্ৰ ৫,২১৩ টা ভোটত।

অজন্তা নেওগে লাভ কৰা ভোটৰ সংখ্যা আছিল ৭৩,৮৬২ টা।

আনহাতে সেই সময়ৰ বিজেপি প্ৰাৰ্থী বিতুপন শইকীয়াই লাভ কৰিছিল ৬৮,৬৪৯ টা ভোট।বিতুপন শইকীয়াৰ গণভিত্তিও যে গোলাঘাট সমষ্টিত মুঠেও কম নহয় সেই কথা ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰাই প্ৰকট হৈ পৰে।

কংগ্ৰেছত যোগদান কৰা বিতুপন শইকীয়াই এইবাৰ কংগ্ৰেছৰ স্থায়ী ভোট খিনি লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত। ইয়াৰ উপৰি তেওঁৰ শুভাকাংক্ষী তথা অনুৰাগীসকলৰ ভোট আছেই।

বিপৰীতে অজন্তা নেওগে বিজেপিলৈ অহা কথাটো গোলাঘাট বিজেপিৰে বহু নেতা-কৰ্মীয়ে অন্তৰেৰে মানি ল’ব পৰা নাই।

বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা বিতুপন শইকীয়াক কংগ্ৰেছৰ নেতা কৰ্মী সকলে বিপুল আদৰণি জনোৱাৰ বিপৰীতে বিজেপিত যোগদান কৰা অজন্তাই পিছে বহু ঠাইত নিজৰ দলৰ কৰ্মীৰে প্ৰতিবাদৰ মুখামুখী হ’বলগীয়া হৈছে।

এনে পৰিস্থিতিত সেয়ে বিতুপন শইকীয়া অজন্তা নেওগৰ বাবে হৈ পৰিছে বৃহৎ ফেক্টৰ।

সমষ্টিটোত চাৰিবাৰৰ বিজয়ী বিধায়িকাগৰাকীৰ ভাগ্যৰ চকৰি কোন দিশে ঘূৰে সেয়া স্পষ্ট হ’ব ২ মে’ৰ দিনা।

এতিয়া অপেক্ষা মাত্ৰ সেই দিনটোলৈ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd