• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিশা কইনা ভাত খাই আহি অফিচতে কিয় নিজকে শেষ কৰিলে ৰিতুমণিয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2025 4:51 pm
152
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংবাদিক ৰিতুমণি ৰয়ৰ ৰহস্যজনক মৃত্যুৱে বৰ্তমানলৈকে বহু প্ৰশ্নৰ সৃষ্টি কৰি ৰাখিছে। এই স্পৰ্শকাতৰ ঘটনা সন্দৰ্ভত মৃত সাংবাদিকগৰাকীৰ পৰিয়াল অথবা তেওঁ কৰ্মৰত সংবাদ প্ৰতিষ্ঠানটোৰ ফালৰ পৰা আজিলৈকে কোনো এজাহাৰ দাখিল কৰা হোৱা নাই। ঘটনাৰ দিনা নিশা ১০ বাজি ৪০ মিনিটত ৰিতুমণিয়ে কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। অফিচত সোমায়েই তেওঁ কাৰ্যালয়ৰ চৌপাশ তন্ন তন্নকৈ নিৰীক্ষণ কৰা দেখা গৈছিল।

কাৰ্যালয়ত প্ৰৱেশ কৰিয়েই ৰিতুমণি পোনে পোনে বাথৰুমলৈ গৈছিল। তাৰ পাছত তেওঁ টেবুলত বেগটো থৈ তাৰ পৰা এডাল ৰছী উলিয়াইছিল। ইয়াৰ পিছতে তেওঁ নিজৰ ডেক্সত বহি এটা টোকা লিখিছিল আৰু প্ৰায় ৩০ মিনিট সময় ধৰি তাতেই বহি কান্দিছিল। এইখিনি সময়ৰ পাছত সাংবাদিকগৰাকী ষ্টুডিঅ’ৰ দিশে আগবাঢ়ি গৈছিল।

Apply Now

ষ্টুডিঅ’ৰ ভিতৰত ৰিতুমণিয়ে দীৰ্ঘসময় কটাইছিল। তেওঁ তাত কেতিয়াবা শুইছিল আৰু কেতিয়াবা ম‘বাইলত ‘Reels’ চাই উচুপি আছিল। প্ৰথম অৱস্থাত তেওঁ ষ্টুডিঅ‘ৰ ভিতৰতে নিজকে শেষ কৰাৰ চেষ্টা চলাইছিল যদিও তাত বিফল হয়। অৱশেষত ষ্টুডিঅ’ৰ পৰা ওলাই আহি তেওঁ আন এটা কোঠাত প্ৰৱেশ কৰে আৰু তাতেই নিশা ১১ বাজি ৫৯ মিনিটত চৰম পন্থা অৱলম্বন কৰে।

উল্লেখ্য যে, অহা ৫ ডিচেম্বৰত ৰিতুমণি ৰয়ৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল। বিগত ৭ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকা সাংবাদিকগৰাকীয়ে নিজেই বন্ধু-বৰ্গক বিয়াৰ নিমন্ত্ৰণ জনাইছিল। কিন্তু আচৰিত কথা যে, গুৱাহাটীত পিতৃৰ চৰকাৰী আৱাস থকাৰ পাছতো তেওঁ হাতীগাঁৱত এজনী বান্ধৱীৰ সৈতে ভাড়াঘৰতহে বাস কৰিছিল। এই ভাড়াঘৰলৈ তেওঁৰ হ’বলগীয়া স্বামীৰো সঘনে আহ-যাহ আছিল বুলি জানিব পৰা গৈছে।

আনহাতে, ৰিতুমণিৰ মৃত্যুৰ পাছত বায়েকে আৰ্থিক লেনদেনক লৈ পোনপটীয়াকৈ পিতৃক দোষাৰোপ কৰিছিল যদিও বৰ্তমান পৰিয়ালৰ লোকসকল এই বিষয়ত মৌন হৈ আছে। বায়েকে উল্লেখ কৰা ১ লাখ টকাৰ ৰহস্য কি আছিল বা গুৱাহাটীত ঘৰ থকাৰ পাছতো তেওঁ কিয় ভাড়াত আছিল, সেয়া এতিয়াও স্পষ্ট নহয়। বিয়াৰ মাত্ৰ ১০ দিন পূৰ্বে কৰ্মস্থলীৰ দৰে ঠাইত তেওঁ কিয় এনে কঠোৰ সিদ্ধান্ত ল’লে, সেয়া এক সাঁথৰ হৈয়ে ৰৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

August 8, 2026 1:04 pm
 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

August 8, 2026 1:00 pm
মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

August 8, 2026 12:23 pm
কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

August 8, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

August 8, 2026 1:04 pm
 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

August 8, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd