• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উত্তৰ প্ৰদেশত কিয় বেয়া হ’ল বিজেপিৰ নিৰ্বাচনী ফলাফল? কাৰ্যনিৰ্বাহক বৈঠকত যোগী আদিত্যনাথৰ ডাঙৰ স্বীকাৰোক্তি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 15, 2024 3:43 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্টাদশ লোকসভা নিৰ্বাচনত আশা কৰা ধৰণে ভোট লাভ নকৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে। বিজেপিৰ দুৰ্গ উত্তৰ প্ৰদেশত ৮০ খন আসন পোৱাৰ দাবী কৰিছিল যদিও মাত্ৰ ৩৩ খন আসনহে লাভ কৰিলে দলটোৱে।

ইতিমধ্যে উত্তৰ প্ৰদেশত বিজেপিৰ ফলাফল সম্পৰ্কে লৈ ৰাজনৈতিক বিশ্লেষক সকলে বিভিন্ন মত আগবঢ়াইছে।

Apply Now

এইবাৰ উত্তৰ প্ৰদেশত বিজেপিৰ মণ্ডাৱস্থা সম্পৰ্কে মুখ খুলিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।  দেওবাৰে উত্তৰ প্ৰদেশত বিজেপিৰ কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কাৰ্যতঃ এটা কথা স্বীকাৰ কৰে।

যোগী আদিত্যনাথে কয় যে অত্যধিক আত্মবিশ্বাসৰ বাবে উত্তৰ প্ৰদেশত ভবা  মতে বিজেপিয়ে ফল লাভ কৰিব নোৱাৰিলে।

ইয়াৰ উপৰিও ১০ গৰাকী আই এ এছ বিষয়াক বদলি কৰে আদিত্যনাথে। ইয়াৰ ভিতৰত অযোধ্যাৰ জিলা দণ্ডাধীশো আছে।

দেওবাৰে লক্ষ্ণৌৰ ৰামমনোহৰ লোহিয়া ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ত বিজেপিৰ কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত থাকে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা। লগতে সাংসদ, বিধায়ক, ৰাজ্যিক নেতা, জিলা পৰিষদৰ সভাপতিকে ধৰি ৩ হাজাৰ বিজেপি নেতা কৰ্মী উপস্থিত থাকে।

দেওবাৰে ১০টা সমষ্টিৰ বিধানসভাৰ উপ-নিৰ্বাচন আৰু ২০২৭ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাবৰ বাবে এই সভা অনুষ্ঠিত কৰিছিল উত্তৰ প্ৰদেশ ৰাজ্যিক বিজেপিয়ে।

এই সভাত ভাষণ দি যোগী আদিত্যনাথে কয়, “এই নিৰ্বাচনত প্ৰত্যক্ষ কৰা জাতি ব্যৱস্থাৰ ভিত্তিত ক্ষমতা বিভাজনৰ বিৰুদ্ধে আমি সজাগ হ‘ব লাগিব।”

লগতে তেওঁ কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ২০১৪, ২০১৭, ২০১৯ আৰু ২০২২ (লোকসভা আৰু বিধানসভা নিৰ্বাচন)ত আমি ৰাজ্যত ডাঙৰ সফলতা লাভ কৰিছিলো।

মন কৰিবলগীয়া যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত হিন্দু চক্ৰৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ ওপৰত ভিত্তি কৰি দিল্লীৰ মছনদ দখল কৰিছিল বিজেপি চৰকাৰ। সেইবাৰ বিজেপিয়ে ৰাজ্যখনত লাভ কৰিছিল ৭১খন আসন।

তাৰ পিছত ২০১৯ চনত ৬২ খন আসন লাভ কৰে বিজেপিয়ে। কিন্তু ২০২৪ চনৰ লোকসভাত বিজেপিৰ আসনৰ সংখ্যা ৩৩ লৈ হ্ৰাস পালে। এতিয়া বিজেপিৰ দুৰ্গ উত্তৰ প্ৰদেশত বিজেপিৰ স্খলনত যেন ভৰিৰ তলৰ মাটি হেৰুৱাই আত্ম সমালোচনা কৰিবলৈ বাধ্য হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd