• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কুকুৰে কিয় গাড়ীৰ চকাত মূতে? কাৰণবোৰে আচৰিত কৰিব পাৰে আপোনাক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 29, 2019 8:47 pm

1 min read

Dogs pee on tyre
91k
VIEWS
Share on FacebookShare on Twitter

কুকুৰে জোপোহা গছ, খুঁটা আদিত ঠেং দাঙি মূতাৰ দৃশ্য আমাৰ অতি পৰিচিত। কি্ন্তু কুকুৰে যে প্ৰায়ে গাড়ীৰ চকাতো একেই কামফেৰা কৰে, তাৰ কিছুমান কাৰণ আছে।

নিত্যসংগী পশু-পক্ষীৰ (Pet) বিষয়ে দিহা-পৰামৰ্শ, প্ৰশিক্ষণ, বিভিন্ন অধ্যয়নভিত্তিক তথ্য আদি প্ৰকাশ কৰা Cuteness.com নামৰ অনলাইন বাৰ্তালোচনীখনে ইয়াৰ কিছুমান আশ্চৰ্য্যকৰ দিশৰ কথা কৈছে।

আলোচনীখনৰ মতে, প্ৰাপ্তবয়স্ক মতা কুকুৰে এইদৰে ঠেং দাঙি মূতাৰ জৰিয়তে কেইবাটাও উদ্দেশ্য সাধন কৰে।

কুকুৰ প্ৰচুৰ ঘ্ৰাণশক্তি থকা জন্তু আৰু ই গোন্ধৰ পৰা বহু তথ্য আহৰণ কৰে।

প্ৰাপ্তবয়স্ক মতা কুকুৰে সাধাৰণতে নতুন ঠাইত ঘন ঘনকৈ ঠাই সলাই সলাই মূতে। ইয়াৰ জৰিয়তে সিহঁতে নিজৰ অস্তিত্ব আৰু কৰ্তৃত্বাধীন এলেকাৰ পৰিসীমা ঘোষণা কৰে। এটা কুকুৰে তাৰ মূতৰ গোন্ধৰ পৰা আন কুকুৰে তাৰ এলেকা আৰু কৰ্তৃত্বৰ বিষয়ে গম পোৱাটো বিচাৰে। বাৰ্তালোচনীখনৰ মতে, কুকুৰৰ মূতত বাৰ্তা যোগাযোগ সম্ভৱ কৰি তোলা হৰম’ন থাকে।

প্ৰায়ে থিয় বস্তুত মূতাৰ আঁৰৰ কাৰণ হ’ল এইবোৰত পেচাবৰ গোন্ধ অধিক সময় ধৰি স্থায়ী হৈ থাকে (মাটিতকৈ)।

আনহাতে গাড়ীৰ চকাত মূতাৰ কাৰণটো তাতকৈ আমোদজনক। গাড়ীৰ চকাত সাধাৰণতে বিভিন্ন ঠাইৰ মাটি, মল আৰু সেইবোৰৰ গোন্ধ লাগি থাকে, যিবোৰ কুকুৰে তাৰ ঘৰুৱা পৰিৱেশ বা পৰিচিত গোন্ধবোৰৰ অচিনাকি পায়। তেতিয়াই নতুন ঠাইত নিজৰ অস্তিত্ব তাত ঘোষণা কৰা উচিত বুলি ভাবি সি গাড়ীৰ চকাটোত মূত্ৰ বিসৰ্জন কৰে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd