• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাইলৈ পৰা ভাৰতত নিষিদ্ধ হ’ব নেকি ফেইচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2021 10:22 pm
Facebook-Instagram-Twitter-Ban-hogatoga
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ অৰ্থাৎ ২৬ মে’ৰ পৰা ভাৰতত নিষিদ্ধ হ’ব পাৰে জনপ্ৰিয় সামাজিক চাইট ফেইচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপ আদি। কিন্তু কিয়?

কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ এণ্ড ইনফ’ৰমেশ্যন টেকনল’জি(MEITy) মন্ত্ৰণালয়ে ফেচবুক, টুইটাৰ, হোৱাটছএপ আৰু ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰক নতুন অন্তৱৰ্তী নিয়ম জাৰি কৰি সেইবোৰ ৩ মাহৰ ভিতৰত গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।

Apply Now

কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ এণ্ড ইনফ’ৰমেশ্যন টেকনল’জি(MEITy) মন্ত্ৰণালয়ে জাৰি কৰা এই নতুন নিয়মসমূহ গ্ৰহণ কৰাৰ অন্তিম সময়সীমা আছিল ২৫ মে’।

কিন্তু সংবাদ প্ৰতিষ্ঠান পিটিআই-এ প্ৰকাশ অনুসৰি চ’ছিয়েল মিডিয়াৰ প্ৰতিষ্ঠানসমূহে এতিয়াও কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ এণ্ড ইনফ’ৰমেশ্যন টেকনল’জি(MEITy) মন্ত্ৰণালয়ে জাৰি কৰা নতুন নিয়মাসমূহ গ্ৰহণ কৰা নাই।

প্ৰতিষ্ঠানসমূহক নতুন নিয়মসমূহ গ্ৰহণৰ বাবে মন্ত্ৰণালয়ৰ ফালৰ পৰা ছমাহ সময় বান্ধি দিয়া হৈছিল। কিন্তু এই ছমাহৰ ভিতৰত কোনো এটা প্ৰতিষ্ঠানেই কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ এণ্ড ইনফ’ৰমেশ্যন টেকনল’জি(MEITy) মন্ত্ৰণালয়ৰ নতুন নিয়মৱালী গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে।

অৱশ্যে ভাৰতীয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম কু, অৰ্থাৎ টুইটাৰৰ ভাৰতীয় সংস্কৰণ একমাত্ৰ মঞ্চ যি এতিয়ালৈকে কেন্দ্ৰৰ এই নিয়মসমূহ কাৰ্যকৰী কৰিছে।

‘চৰকাৰে নিয়ম অনুসৰণ নকৰাৰ বাবে দেশৰ আইন অনুসৰি প্ৰতিষ্ঠানসমূহ বিৰুদ্ধে বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে।’, এজন চৰকাৰী বিষয়াই এইদৰে কয়। যাৰফলত হয়তো কাইলৈ পৰা ফেইচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ নিষিদ্ধ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত চৰকাৰে এতিয়াও কোনো বক্তব্য প্ৰকাশ কৰা নাই।

উল্লেখ্য যে চৰকাৰে যোৱা ফেব্ৰুৱাৰী মাহতে চ’ছিয়েল মিডিয়াৰ প্ৰতিষ্ঠানসমূহৰ বাবে নতুন নিয়মাৱলী প্ৰস্তুত কৰিছিল যিসমূহ ২৫ মে’ত আগত গ্ৰহণ কৰিবলৈ কোৱা হৈছিল আৰু এই নিৰ্দিষ্ট সময়ত নিয়মসমূহ গ্ৰহণ নকৰিলে নিষিদ্ধকৰণৰ দৰে ব্যৱস্থা লোৱাৰ হ’ব বুলিও জনোৱা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd