DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৃহৎ জনসমৰ্থন লৈ নিৰ্বাচিত হোৱা “সন্মানীয়” বিধায়ক অখিল গগৈক অত্যন্ত দুৰ্ব্যৱহাৰ কিয়?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 21, 2021 4:25 pm
411
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ সমষ্টিৰ পৰা বৃহৎ জনসমৰ্থন লৈ ‘সন্মানীয়’ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো সাধাৰণ কয়দী বা সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰি বিধানসভাৰ মজিয়ালৈ লৈ অনা হয় অখিল গগৈক।
বিধানসভাৰ ভিতৰত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা এগৰাকী জন প্ৰতিনিধি হৈয়ো অত্যাচাৰ চলোৱাৰ অভিযোগ অখিল গগৈৰ।
‘বিধানসভাৰ মজিয়াত মোক এনে অত্যাচাৰ কিয়? বিধায়কক এনেকৈ অত্যাচাৰ চলাব পাৰিলে অসমত তেন্তে কি চলি আছে?মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষলৈ প্ৰশ্ন অখিল গগৈৰ।

ইপিনে, বিজেপি চৰকাৰে ফেচিবাদ চলাই অহাৰ অভিযোগ অখিল গগৈৰ।
আনহাতে, ডিঙিত ফুলাম গামোছা লৈ বিধানসভাত প্ৰৱেশ কৰিয়েই প্ৰথম দিনাই সিংহৰ দৰে গৰজি উঠিল অখিল গগৈয়ে।

অতিকৈ পৰিতাপৰ কথা এয়ে যে অখিল গগৈ বৰ্তমান এগৰাকী জন প্ৰতিনিধি হৈয়ো সাধাৰণ কয়দী অথবা সন্ত্ৰাসবাদীৰ দৰে ২০-২৫ গৰাকী আৰক্ষী জোৱানৰ নিৰাপত্তা বেষ্টনীৰ মাজত চিটি বাছত গণতন্ত্ৰৰ বৰঘৰ পবিত্ৰ সদনলৈ অনা হ’ল। তাকে লৈ এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইপিনে, ফেচবুকতো বহুতে অখিল গগৈক চিটি বাছত অনা তথা বিধানসভাৰ চৌহদলৈ টানি-আঁজুৰি নিয়া বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।

ইফালে বিধানসভাৰ চৌহদতে মুক্ত কন্ঠ অখিল গগৈয়ে তেওঁৰ ওপৰত কৰা অন্যায়ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ’ল। ভয়াৱহ কোভিড পৰিস্থিতিত কোভিড প্ৰট’কল ভংগ কৰি অখিল গগৈক বিধানসভালৈ অনা বুলিও অভিযোগ অখিল গগৈৰ।

এইবোৰ পৰিস্থিতিৰ পাছতে শিৱসাগৰৰ বিধায়কগৰাকীক বিধানসভাৰ পবিত্ৰ সদনত শপত বাক্য পাঠ কৰালে অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে। শপতবাক্য পাঠ কৰি শাসক-বিৰোধী সকলোকে এষাৰ মাত দি নমস্কাৰ জনায় অখিল গগৈয়ে।

কাৰাৰুদ্ধ হৈয়ো পৰৱৰ্তী সময়ত বিধানসভাৰ মজিয়াত অখিল গগৈৰ ভূমিকা কি হ’ব সেয়া অসমবাসী ৰাইজে অধীৰ আগ্ৰহৰে বাট চাই ৰ’ব।

Recent News

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Woman and 6-Year-Old Daughter Gangraped

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Boris Johnson Gets Chased By Police

কি জগৰ লগালে বৰিছ জনছনে! ষ্টেডিয়ামত জনছনক ধৰিবলৈ পিছে পিছে দৌৰিল পুলিচ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd