• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৭০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পিছতো কিয় স্থবিৰ হৈ ৰ’ল ভাৰত-থাইলেণ্ড সংযোগী পথ? কাৰণ ব্যাখ্যা বিদেশ মন্ত্ৰী জয়শংকৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2025 3:37 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ চনত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা আছিল ১৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-থাইলেণ্ড সংযোগী পথৰ। দক্ষিণ-পূব এছিয়াৰ সৈতে বাণিজ্যৰ প্ৰসাৰৰ ক্ষেত্ৰত এই পথ পথটোৰ গুৰুত্ব অপৰিসীম বুলি ভবা গৈছিল। কিন্তু ৭০ শতাংশ সম্পূৰ্ণ হোৱাৰ পিছত স্থবিৰ হৈ পৰিছে প্ৰকল্পটোৰ কাম।

এই গুৰুত্বপূৰ্ণ পথ প্ৰকল্পটো স্থবিৰ হৈ পৰাৰ বাবে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ম্যানমাৰলৈ দোষ থেলি দিছে।

Apply Now

মঙলবাৰে অসমৰ গুৱাহাটীত এডভান্টেজ আসাম সন্মিলনত অংশগ্ৰহণ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই পথ প্ৰকল্পৰ সন্দৰ্ভত মুকলিকৈ কয়।

জয়শংকৰে কয় যে ভাৰত-ম্যানমাৰ-থাইলেণ্ড সংযোগী ঘাইপথ সম্পূৰ্ণ হ’লে দেশত বাণিজ্যৰ নতুন পথ মুকলি হ’ব। কিন্তু এই অতি গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ কাম বন্ধ পৰিছে।

মন্ত্ৰীগৰাকীয়ে কয় যে ম্যানমাৰৰ ৰাজনৈতিক সমস্যাৰ বাবে এই প্ৰকল্পটো স্থগিত ৰখা হৈছে। কিন্তু আমি এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো বন্ধ হ’বলৈ দিব নোৱাৰো। আমি ম্যানমাৰৰ সৈতে আলোচনা কৰিম যাতে প্ৰকল্পটো ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিব পৰা যায় আৰু ব্যৱহাৰিক সমাধান উলিয়াব পাৰি।

মন কৰিবলগীয়া যে এই পথটো ২০০২ চনত ভাৰত, ম্যানমাৰ আৰু থাইলেণ্ডৰ তিনিওখন দেশৰ মাজত বাণিজ্য, স্বাস্থ্য, শিক্ষা আৰু পৰ্যটনক নতুন উচ্চতালৈ লৈ যোৱাৰ উদ্দেশ্যেৰে এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছিল। লক্ষ্য আছিল মণিপুৰৰ ম’ৰেৰ পৰা ম্যানমাৰ হৈ থাইলেণ্ডৰ মায়ে ছ’ট চহৰলৈ ১৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাণ কৰা। কামো পূৰ্ণগতিত চলি আছিল। কিন্তু ম্যানমাৰৰ সামৰিক অভ্যুত্থানৰ পিছত ৰাজনৈতিক সমস্যাৰ বাবে এই পথ নিৰ্মাণ বন্ধ হৈ পৰে। জয়শংকৰে কয় যে ভাৰতে এই প্ৰকল্প পুনৰ আৰম্ভ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিব।

অনুষ্ঠানত ভাষণ দি জয়শংকৰে লগতে কয় যে মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছত আমি গ্ৰহণ কৰা ‘চুবুৰী প্ৰথম’ নীতি অতি সফল হৈছোঁ। বাংলাদেশৰ পৰা ভূটানলৈকে, নেপালৰ পৰা ম্যানমাৰলৈকে দক্ষিণ-পূবৰ সকলো দেশৰ ওপৰত আমাৰ অতিৰিক্ত গুৰুত্ব আছে। নতুন পথ, চেকপইণ্ট, ৰেলপথ, জলপথ, বিদ্যুৎ গ্ৰীড, ইন্ধনৰ পাইপলাইন, আৰু পৰিবহণৰ সুবিধা নিৰ্মাণ কৰা হৈছে। ক’ৰ’ণাৰ সময়ছোৱাত ভাৰতে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছিল আৰু চুবুৰীয়া দেশলৈ ভেকচিন, খাদ্য শস্য, সাৰ আৰু ইন্ধনৰ যোগান নিশ্চিত কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd