DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Video|| প্ৰধান মন্ত্ৰীৰ সভাৰ নামত ব্যক্তিগত স্কুল গেৰুৱাকৰণ কিয়?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 9, 2019 5:33 pm
694
VIEWS
Share on FacebookShare on Twitter

চাংসাৰিত শনিবাৰে অনুষ্ঠিত প্ৰধান মন্ত্ৰীৰ সভা– চৰকাৰী কাৰ্য্যসূচী। নৰেন্দ্ৰ মোদী আহিছে এইমছৰ “ভূমি পূজন” আৰু এখন দলঙৰ আধাৰশিলা স্থাপনৰ বাবে, এইটো চৰকাৰীভাৱে ঘোষিত।

চৰকাৰী কামত বাহন অধিগ্ৰহণ হ’ব পাৰে, সিও বিধিসন্মত কথা। কোনোবা ৰাজনৈতিক দলেও বাছ ভাৰালৈ ল’ব পাৰে।

কিন্তু স্বপ্ৰণোদিতভাৱে ৰাজহুৱা প্ৰতিশ্ৰুতিৰে প্ৰশাসন চলোৱাৰ সম্পূৰ্ণ দায়িত্ব লৈ নিৰ্বাচিত হোৱা চৰকাৰ এখনৰ কাৰ্য্যসূচীলৈ অধিগৃহীত স্কুল বাছ নিজ দলৰ গাড়ীৰ দৰে চৰকাৰৰ নেতৃত্ব দিয়া দলটোৱে ব্যৱহাৰ কৰাটো বিধিসন্মত নে?

গোটেই গুৱাহাটীতে শনিবাৰে দেখা গ’ল কেন্দ্ৰীয় বিদ্যালয়ৰ লগতে ডি পি এছ, মদাৰ্ন ইংলিশ্ব স্কুলকে ধৰি মহানগৰীৰ বহুবিলাক ব্যক্তিগত বিদ্যালয়ৰ বাহন— য’ত উৰি আছিল বিজেপিৰ দলীয় পতাকা। আৰু বাছসমূহ ব্যৱহৃত হৈছিল প্ৰধান মন্ত্ৰীৰ সভালৈ মানুহ অনাত।

অঘোষিতভাৱে বিদ্যালয় ৰাজনীতিৰ পৰা দূৰত ৰখা বস্তু। চৰকাৰ আহে আৰু যায়, কিন্তু বিদ্যালয়সমূহ দেশৰ ভৱিষ্যতৰ নাগৰিকসকল গঢ়াৰ কমাৰশাল— অন্ততঃ এই কথাই ৰাজনৈতিক নেতৃত্বৰ মুখতো সঘনাই শুনা যায়।

ৰাজনীতিৰ ঊৰ্ধ্বৰ বুলি সকলোৱে মানি অহা বিদ্যালয়সমূহক এই কামৰ জৰিয়তে ৰাজনীতিৰ সৈতে সাঙোৰা নাই নে বিজেপিয়ে?

দেশৰ প্ৰধান মন্ত্ৰীৰ অনুষ্ঠানটো বিজেপিৰ দলীয় নে চৰকাৰী কাৰ্য্যসূচী আছিল? সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰশ্নটো অধিক গুৰুতৰ আৰু প্ৰাসংগিক নহয় নে?

এই কামে দল-চৰকাৰ-প্ৰশাসন একাকাৰ কৰা নাই নে?

প্ৰশাসনিক “স্বচ্ছতা” বিজেপি তথা মোদীৰ সৰ্বাধিক ঘোষিত নীতি নহয়নে? এই ধৰণৰ প্ৰৱণতাৰ প্ৰথম বলি “স্বচ্ছতা”ই হোৱা নাই নে?

প্ৰধান মন্ত্ৰীৰ সভাৰ নামত স্কুল গেৰুৱাকৰণ কিয় কৰিছে বিজেপিয়ে?

Recent News

17 fetuses found in garbaged dump

আৱৰ্জনাৰ মাজত ওলাল ১৭ টা ভ্ৰুণ: সন্দেহৰ আঙুলি ব্যক্তিগত খণ্ডৰ নাৰ্চিং হোমলৈ

Terrorist attack in Jammu-Kashmir

অশান্ত জম্মু-কাশ্মীৰ! পুনৰ নিৰাপত্তাৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

benefits of fenugreek

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd