• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছেক্সত মজা নোপোৱা হৈছে ভাৰতীয়ই! সমাধান লৈ হাজিৰ Durex

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2019 7:19 pm
Why So Boring? Durex to rejuvenate Indian sex life

দিয়ৰেক্সৰ প্ৰচাৰ ছবি। সৌজন্য-- টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লণ্ডনমূলীয় বহুজাতিক কোম্পানি দিয়ৰেক্সে কৈছে তেওঁলোকৰ সমীক্ষামতে ভাৰতীয় মানুহে বোলে ছেক্সত আনন্দ নোপোৱা হৈছে।

দিয়ৰেক্সৰমতে, ৭৪% ভাৰতীয়ই বোলে বিচনাত কিবা এক নতুন চেষ্টা চলোৱাৰ তাড়নাত থাকে!

আৰু সেয়ে, ভাৰতীয়ৰ যৌন জীৱনৰ আমনি গুচাবলৈ দিহা লৈ আহিছে দিয়ৰেক্স।

. @EishawithanE has spoken out on the numbers, too! And we get her! Now, it’s time you tell us, India! Why do you think #WhySoBoring? Comment below with your answers. pic.twitter.com/MqnNS4fE4b

— Durex India (@DurexIndia) November 7, 2019

চ’চিয়েল মিদিয়া প্লেটফৰ্ম টুইটাৰত শুকুৰবাৰে যৌন জীৱন বিষয়ক এটি অনুষ্ঠান লৈ আহিছে কোম্পানিটোৱে।

সন্ধিয়া ৮বজাত মানুহৰ ছেক্স বিষয়ক প্ৰশ্নৰ উত্তৰ দিব ভিদিঅ’ জকি আৰু ভাৰতীয় সৰু পৰ্দাৰ তাৰকা চেতনা পান্দে’, অনুশা, কৰন ৱাহি আৰু কৰন কুন্দ্ৰাই।

Spot on, @bani_j ! The stats are making us wonder too! What’s making sex boring for you, India? Help us know in the comments below! #WhySoBoring pic.twitter.com/24iRcTXKbR

— Durex India (@DurexIndia) November 7, 2019

কোম্পানিটোৰ #WhySoBoring বৃহস্পতিবাৰে টুইটাৰত ত্ৰেন্দিঙত আছে।

ইতিমধ্যে আন কেইগৰাকীমান অভিনেত্ৰী আৰু লেখকক লৈ বিষয়টো সন্দৰ্ভত কোম্পানিটোৱে টুইটাৰত প্ৰচাৰ চলাইছে।

দিয়ৰেক্সৰ ভাৰত আৰু ইউ কে দুয়োটা ৱেবছাইটতে গ্ল’বেল ছেক্স চাৰ্ভেৰ বিষয়ে উল্লেখ আছে।

কোৱা হৈছে, ছেক্সক লৈ ২৯ হাজাৰ প্ৰাপ্তবয়স্কৰ মাজত তেওঁলোকে বিশ্বজুৰি সমীক্ষা চলাইছে।

The nation want’s to know, #WhysoBoring in bed! To make it easy, we are bringing in @VJAnusha,@kkundrra, @IamChetnaPande & @karan009wahi to talk more about it! Have questions, ideas or simply need solutions? Ask away using #WhySoBoring and tune into our handle at 8 p.m tomorrow! pic.twitter.com/fuwUcu5yvm

— Durex India (@DurexIndia) November 7, 2019

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে, #WhySoBoring ত্ৰেন্দত দিয়ৰেক্সে উল্লেখ কৰা যৌন নিৰানন্দৰ ভিত্তি সমীক্ষাটো ২০১৭ চনৰ!

তথাপি, বাৰু দেখা যাওক!

. @knowkenny isn’t happy with the stats and neither are we! So, help us understand India! Why do you find sex boring? Comment below with your reply #WhySoBoring pic.twitter.com/bol3vsQGrf

— Durex India (@DurexIndia) November 7, 2019

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd