• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উপাৰ্জনৰ পৰিমাণ জনোৱা নাছিল স্বামীয়ে! আৰটিআইৰ জৰিয়তে দৰমহাৰ সৱিশেষ ল’লে পত্নীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2022 3:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বামীৰ দৰমহা কিমান পত্নীয়ে নাজানে। স্বামীক সুধিও কোনো লাভ হোৱা নাছিল। কিন্তু মহিলাগৰাকী ৰৈ নাথাকিল। তেওঁ আইনী পথেৰে যুঁজি স্বামীৰ দৰমহাৰ বিষয়ে জানি ল’লে। কেন্দ্ৰীয় তথ্য আয়োগে (চিআইচি) তথ্যৰ জনাৰ অধিকাৰ (আৰটিআই) আইনৰ অধীনত তেওঁৰ পক্ষত ৰায় দিছে।

উত্তৰ প্ৰদেশৰ বৰেলীৰ বাসিন্দা সঞ্জু গুপ্তা নামৰ মহিলাগৰাকী। তেওঁ প্ৰথমতে  স্বামীৰ দৰমহা জানিবলৈ এখন আৰটিআই আবেদন দাখিল কৰিছিল। কিন্তু  আয়কৰ বিভাগৰ কাৰ্যালয়ৰ পৰা সেইখন ঘুৰাই দিয়া হয়।

লগতে পঢ়ক: খেলপথাৰতে হতাহতিত লিপ্ত পাঠান-জনচন! চাওক ক্ৰিকেটক লজ্জানত কৰা সেই মুহূৰ্তৰ ভিডিঅ’

Apply Now

অভিযোগ অনুসৰি, স্বামীৰ অনুমতি অবিহনে তেওঁৰ উপাৰ্জনৰ বিৱৰণ কাকো প্ৰকাশ কৰা সঠিক নহয় বুলি অজুহাত দেখুৱাই মহিলাগৰাকীৰ আবেদন ঘুৰাই দিয়া হৈছিল।

তাৰ পিছত তেওঁ ফাৰ্ষ্ট এপিলেট অথৰিটি (FFA)ৰ ওচৰত আবেদন কৰে। কিন্তু তাতো তেওঁৰ আবেদন নাকচ কৰি দিয়া হয়। সঞ্জুও তাত ৰৈ নাথাকিল। তেওঁ পুনৰ চিআইচিৰ ওচৰত আবেদন জনালে। চিআইচিয়ে এই সন্দৰ্ভত উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ কিছুমান পুৰণি ৰায় পৰীক্ষা কৰি চালে।

অৱশেষত মহিলাগৰাকীৰ সপক্ষে নিৰ্দেশটো দিয়া হয়। চিআইচিয়ে আয়কৰ বিভাগক মহিলাগৰাকীক তেওঁৰ স্বামীৰ দৰমহাৰ বিষয়ে ১৫ দিনৰ ভিতৰত অৱগত কৰিবলৈ কোৱা হৈছে। তেওঁ কিমান দৰমহা পায়, আন কোনো উৎসৰ পৰা তেওঁৰ কোনো উপাৰ্জন আছে নে নাই, তেওঁ কিমান কৰ পৰিশোধ কৰিব লাগে সেই সকলো বিৱৰণ সঞ্জুৱে জানিব পাৰিব।

লগতে পঢ়ক: কলংকৰ দাগ! বৰ্ষাপাৰা ষ্টেডিয়ামত সাপ, নুমাল ফ্লাডলাইট; ২৩ মিনিট বন্ধ ৰাখিবলগীয়া হ’ল খেল

দৰাচলতে, বিবাহ বিচ্ছেদৰ পিছত পত্নীয়ে স্বামীৰ সম্পত্তিৰ অংশ বিচাৰিব পাৰে। যদি তেওঁ বিচাৰে, তেওঁৰ তাইৰ স্বামীৰ পৰা ভৰণ-পোষণো দাবী কৰিব পাৰে। গতিকে সেই সকলোবোৰ ক্ষেত্ৰত পত্নীয়ে স্বামীৰ উপাৰ্জন জনাটো প্ৰয়োজনীয় হৈ পৰে। সঞ্জু গুপ্তাৰ স্বামীয়ে কিয় তেওঁক দৰমহাৰ পৰিমাণ জনাব বিচৰা নাই সেয়া অৱশ্যে স্পষ্ট নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd