• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

স্বামীৰ আয়ৰ তথ্য জনাৰ অধিকাৰ নাই স্ত্ৰীৰ! : আৰটিআইএ খাৰিজ কৰিলে পত্নীৰ আবেদন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 22, 2020 5:01 pm

1 min read

aEngagement
376
VIEWS
Share on FacebookShare on Twitter

স্বামীৰ আয় কিমান সেয়া জনাৰ অধিকাৰ নাই স্ত্ৰীৰ।

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এগৰাকী মহিলাই স্বামীৰ মাহেকীয়া আয়ৰ তথ্য বিচাৰি কৰা আবেদন খাৰিজ কৰি এইদৰে কয় তথ্য জনা অধিকাৰ আয়োগৰ আয়ুক্তই।

ঘটনাৰ বিৱৰণী অনুসৰি বিবাহ বিচ্ছেদিত এগৰাকী মহিলাই স্বামীৰ প্ৰকৃত আয়ৰ পৰিমাণ জানিবলৈ আৰটিআইৰ দ্বাৰা এক এক আবেদনৰ কৰিছিল।

প্ৰথমে মহিলা গৰাকীয়ে তথ্য জনাৰ আইনৰ যোগে আয়কৰ বিভাগৰ পৰা স্বামীৰ আয়ৰ পৰিমাণ জানিব বিচাৰি আবেদন কৰিছিল।

কিন্তু আয়কৰ বিভাগে ধাৰা (৮/১/জে)ৰ অধীনত মহিলা গৰাকীক কোনো লোকৰ ব্যক্তিগত তথ্য প্ৰদান কৰিব নোৱাৰে বুলি স্পষ্টৰূপত জনায়।

আয়কৰ বিভাগত নিৰাশ হৈ মহিলাগৰাকীয়ে তথ্য আয়ুক্তৰ ওতৰত স্বামীৰ আয়ৰ তথ্য বিচাৰি আবেদন কৰে।

কিন্তু উক্ত আবেদন খাৰিজ কৰি আয়োগৰ আয়ুক্তই মহিলাগৰাকীক কয় যে কোনো ব্যক্তিৰে ব্যক্তিগত তথ্য আয়োগে দিব নোৱাৰে।

আনকি ব্যক্তিৰ উপাৰ্জন, বয়স আৰু পুৰুষৰ কৰ্মসংস্থানৰ তথ্যও জনাৰ অধিকাৰো স্ত্ৰীৰ নাই!

অৱশ্যে আয়ুক্তই মহিলাগৰাকীক জনায় যে কোনো ব্যক্তিৰ নথি একমাত্ৰ বৃহত্তৰ জনস্বাৰ্থৰ খাতিৰতহে জনাব পাৰি।

কোনো ব্যক্তিয়ে ব্যক্তিগতভাৱে কোনো লোকৰ ব্যক্তিগত তথ্য বিচাৰিলেও সেয়া দিয়া নহয়।

Recent News

a congress

বিজেপিতকৈয়ো চৰা বিৰোধী! গেৰুৱা বাহিনীৰ মিছন ১০০+ৰ পিছত কংগ্ৰেছেও ঘোষণা কৰিলে মিছন ১০১+

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Gautam-Gambhir-Facts-in-Hin

এতিয়া স্পষ্ট হৈছে কেজৰিৱালে দিল্লী জ্বলাটো বিচাৰে : গৌতম গম্ভীৰ

Anshuman

কাজিৰঙাত বলিউডৰ জনপ্ৰিয় অভিনেতা অংশুমান খোৰাণা : কাৰ্বি পাহাৰৰ নামনিত ছবিৰ দৃশ্যগ্ৰহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd