• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ কুঠৰীত চেতনা-নাশক প্ৰয়োগ কৰি উদ্ধাৰ কৰা হ’ল এজনী বনৰীয়া ম’হ

উত্তম শইকীয়া by উত্তম শইকীয়া
October 21, 2018 7:42 pm
Wild buffalo
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এজনী মাইকী বনৰীয়া ম’হক আজি পুৱা চেতনা-নাশক প্ৰয়োগ কৰি অতি সফলতাৰে পুনৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মুকলি কৰি দিয়া হয় ৷

কাজিৰঙাৰ পৰা ওলাই অহা এই বনৰীয়া ম’হজনী পুৱাতেই কুঠৰীৰ দেওপানী অঞ্চলৰ এডৰা পলসত আৱদ্ধ হৈ পৰে। জানিব পৰা মতে কাজিৰঙাৰ পৰা ওলাই অহা উক্ত ম’হজনীয়ে বিগত এটা সপ্তাহ ধৰি কাষৰীয় অঞ্চলত থকা কৃষি পথাৰত অনিষ্ট কৰি আহিছিল।

Apply Now

ইয়াকলৈ বন বিভাগক স্থানীয় লোকে আপত্তি দৰ্শোৱাত যোৱা নিশা ম’হজনী পলসত আৱদ্ধ হোৱাৰ খবৰ পায়ে কাজিৰঙাৰ বাগৰিৰ বনাঞ্চলিক বিষয়াই ম’হজনীক চেতনা-নাশক প্ৰয়োগ কৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ নিয়াৰ পৰিকল্পনা কৰে।

সেই অনুসৰি কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডাঃ পানজিত বসুমতাৰীৰ নেতৃত্বত যোৱা এক উদ্ধাৰকাৰী দলে পুৱাই দেওপানীত আৱদ্ধ ম’হজনীক চেতনা নাশক প্ৰয়োগ কৰি সফলতাৰে কাজিৰঙাৰ ভিতৰত মুকলি কৰি দিয়ে।

ম’হজনীক সম্প্ৰতি উদ্যানৰ ভিতৰতে পৰ্যবেক্ষণত ৰখা হৈছে বুলি পশু চিকিৎসক ডা৹ পানজিত বসুমতাৰীয়ে জানিবলৈ দিয়ে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

October 27, 2026 10:53 am
তীব্ৰ গতিৰে আহি আছে ঘূৰ্ণীবতাহ অৰ্ণব; একাধিক পথত ৰে’লৱেই বাতিল কৰিলে ৫৩খন ৰে’ল

তীব্ৰ গতিৰে আহি আছে ঘূৰ্ণীবতাহ অৰ্ণব; একাধিক পথত ৰে’লৱেই বাতিল কৰিলে ৫৩খন ৰে’ল

October 27, 2026 10:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd