• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিশা কাৰ্বি পাহাৰৰ পৰা জাকে জাকে ভৈয়ামলৈ নামিছে বন্যহস্তী : স্থানীয় ৰাইজৰ মাজত আতংক

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
November 21, 2019 5:34 pm
Untitled1

নিশা কাৰ্বি পাহাৰৰ পৰা বালিজুৰি-কাজিৰঙাৰ মূল হস্তীদণ্ডিৰে ভৈয়ামৰ পথাৰলৈ নামি অহা বন্যহস্তীৰ জাক। ফটো: নৰ্থইষ্ট নাও

679
VIEWS
Share on FacebookShare on Twitter

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী হাতীখলি ৰংহাং গাঁৱত বনৰীয়া হাতীৰ বাবে কৰা ২০০বিঘাৰ ধাননি বন্যহস্তীয়ে খাই অন্ত পেলোৱাৰ পাছত পুনৰ চামগুৰিৰ বালিজুৰি-কাজিৰঙাত আৰম্ভ হৈছে বন্যহস্তীৰ উপদ্ৰৱ।

বুধবাৰে নিশা কাৰ্বি পাহাৰৰ পৰা বালিজুৰি-কাজিৰঙাৰ মূল হস্তীদণ্ডিৰে ভৈয়ামৰ পথাৰলৈ নামি আহিল জাকে-জাকে বন্যহস্তী।

নিয়মীয়া অধ্যয়নৰ পৰা বিৰত থাকিবলৈ বাধ্য হোৱা স্কুলীয়া কিশোৰ তথা যুৱক সকলকে আদি কৰি গাওঁখনৰ সকলো স্তৰৰ পুৰুষ সকলে হাতে-হাতে টৰ্চ, আতচবাজী, জুই ধৰি সন্ধিয়াৰে পৰা খেদিব লগীয়া হৈছে বন্যহস্তী।

বন্যহস্তীৰ জাকবোৰে কৃষকৰ ধাননি খাই তহিলং কৰাৰ বিপৰীতে জাকবোৰৰ খোজতহে বিনষ্ট ভৈয়ামৰ পথাৰৰ বহু বিঘা ধাননি।

অঞ্চলটোলৈ প্ৰায় পাঁচ কিলোমিটাৰ নিলগত থকা চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বনৰক্ষীয়ে আহি বন্যহস্তী খেদোৱাত স্থানীয় ৰাইজক সহযোগ কৰে।

ইপিনে, ভুক্তভোগী ৰাইজে গাওঁ খনৰ নিচেই কাষতে হাতীখলি খণ্ড বন বিষয়াৰ কাৰ্যালয় থাকিও কেৱল এলেকাৰ দোহাই দি হাতী খেদিবলৈ এজনো বনৰক্ষী নহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে বন বিষয়া জনৈক মহন্তৰ বিৰুদ্ধে চৰম ক্ষোভ ব্যক্তি কৰিছে।

আনহাতে, নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী ভৈয়ামৰ জনাঞ্চলত নিশা পাহাৰৰ পৰা নামি যোৱা প্ৰায় ৩০০ৰো অধিক বন্যহস্তীয়ে পুৱা পৰ্য্যন্ত বিচৰণ কৰি থাকে।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd