• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শদিয়াত বানপানীত খাদ্যৰ অভাৱত ভুগি বনৰীয়া হাতীৰ মৃত্যু

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , July 15, 2019 9:09 pm

1 min read

শদিয়াত বানপানীত খাদ্যৰ অভাৱত ভুগি বনৰীয়া হাতীৰ মৃত্যু
900
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অব্যাহত থকা প্ৰবল বানপানীৰ মাজতে তিনিচুকীয়া জিলাৰ শদিয়াৰ দেউপানী নদীৰ চাপৰিৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ ফলত বৰ্তমান বন্যপ্ৰাণীসমূহ খাদ্য আৰু আশ্ৰয় বিচাৰি বিভিন্ন অঞ্চললৈ ঢাপলি মেলিছে। ইয়াৰ মাজতে আজি  খাদ্যৰ অভাৱত ভুগি এটা বনৰীয়া হাতীৰ মৃত্যু হয়।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাক শদিয়া মহকুমা আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ঘুৰমৰা দেওপানী উত্তৰ অঞ্চল সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ আছিল৷

উক্ত হাতীৰ জাকটোৰ পৰা বিচ্ছিন্ন হৈ পৰা এটা পোৱালী মখনা হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি অঞ্চলটোৰ স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীৰ পোৱালীটোক উদ্ধাৰ কৰে।

মৰণোত্তৰ পৰীক্ষাত খাদ্য অভাৱৰ বাবেই হাতীটোৰ অসুস্থ হৈ মৃত্যু ঘটে বুলি প্ৰকাশ কৰা হয়। পিছত বন বিভাগৰ লোকে উক্ত স্থানতে জে চি বিৰ সহায়ত হাতী পোৱালীটোক পুতি থয়৷

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd