• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে গাঁৱবাসীৰ

দীপক কুমাৰ পাঠক দীপক কুমাৰ পাঠক
তামুলপুৰ , April 19, 2019 7:23 am

1 min read

elephant-pic-1-750x375

বাক্সাত হাতীয়ে ঘৰ ভঙাৰ পাছত এগৰাকী মহিলাই পুনৰ সজোৱৰ চেষ্টা কৰা দেখা গৈছে। ফটো : নৰ্থইষ্ট নাও

790
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰী গাঁৱত জাকৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে গাঁৱবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

আতংকিত গাঁৱবাসীয়ে হাতীটোৱে সৃষ্টি কৰা সন্ত্ৰাসৰ ফলত গাঁও এৰি পলাই সুৰক্ষিত স্থানত আশ্ৰয় ল’বলগীয়া হৈছে।

বনৰীয়া হাতীটোৱে তাণ্ডৱ চলাই দুটা পৰিয়ালৰ বাসগৃহ ধ্বংস কৰাৰ লগতে কেইবাজোপাও তামোল আৰু নাৰিকলৰ গছ ভাঙি পেলায়।

হাতীৰ আক্ৰমণত ফিজো মোছাহাৰী নামৰ গাঁৱৰ এজন লোক গুৰতৰভাৱে আহত হয় আৰু তেওঁক ততাতয়াকৈ হাস্পাতলত ভৰ্তি কৰা হয়।

গাঁৱবাসীয়ে হাতীটোক জোৰ লৈ খেদি পঠোৱাৰ যত্ন কৰে যদিও তেওঁলোকৰ চেষ্টা ব্যৰ্থ হয়। ৰাতি পুৱাৰ লগে লগে হাতীটোৱে গাঁও এৰি পাহাৰলৈ গুচি যায়।

বনৰীয়া হাতীয়ে বাক্সা জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্ত অঞ্চলৰ গাঁৱত কেইবা বছৰ ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

বছৰ বছৰ ধৰি গাঁৱবাসীয়ে নিদ্ৰাহীন নিশা পাৰ কৰি আহিছে। জনসংখ্যা বৃদ্ধিৰ ফলত মানুহে হাতীৰ আৱাসস্থলীত বেদখল কৰাৰ বাবেই প্ৰায়েই হাতীৰ জাক জংঘলৰ পৰা খাদ্যৰ সন্ধানত গাঁৱলৈ ওলাই আহে। ইয়াৰ ফলতেই হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd