• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Wild elephant rampaged বাক্সাৰ নাগ্ৰীজুলিৰ কাউলিত বনৰীয়া হাতীৰ উপদ্ৰৱ; নিদ্ৰাহৰণ গঞা ৰাইজৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
November 29, 2021 11:40 am
Wild elephant in Baksa

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Wild elephant rampaged বাক্সাৰ নাগ্ৰীজুলিৰ কাউলীত নিশা বনৰীয়া হাতীয়ে চলায় উপদ্ৰৱ। খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই দেওবাৰে  নিশা কাউলিত প্ৰৱেশ কৰি  সৃষ্টি কৰে আতংকময় পৰিৱেশৰ।

বনৰীয়া হাতীৰ জাকে খাই তহিলং কৰে ডাইলৰ খেতিৰ লগতে বিভিন্ন শাক-পাচলিৰ খেতি।

বহু পাৰিমানৰ তামোল-নাৰিকলৰ পুলিও ভাঙি উপদ্ৰৱ চলায়। তদুপৰি, কৃষকে কাটি থোৱা ধানো খাই পেলায় বনৰীয়া হাতীৰ জাকটোৱে।

Apply Now

Also Read: Agatha Sangma demands repeal of CAA এনডিএৰ সংসদীয় নেতৃত্বৰ বৈঠকত কা পুনৰ সংশোধনৰ দাবী এনপিপিৰ সাংসদ আগাথা চাংমাৰ

ইপিনে, নিশা জুইৰ মলা জ্বলাই, ফটকা ফুটাই  হাতী খেদিবলৈ বৃথা চেষ্টা চলায় ৰাইজে।

গাওঁবুঢ়া ৰঞ্জিত দে’ ই শীঘ্ৰেই উচ্চ পোহৰৰ টৰ্চ লাইট যোগান ধৰিবলৈ বন বিভাগক অনুৰোধ জনাইছে।

উল্লেখ্য যে বিগত এটা পষেকত হাতীৰ আক্ৰমণত তামুলপুৰ মহকুমাত দুজনকৈ লোকৰ মৃত্যু হৈছে। 

দীপক কুমাৰ পাঠক, তামুলপুৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

October 24, 2026 7:47 am
জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

October 23, 2026 5:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

October 24, 2026 7:47 am
জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd