• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্যহস্তীৰ আতংক; চামগুৰিত বন্যহস্তীয়ে ভাঙিলে দুটাকৈ বাসগৃহ

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
December 21, 2019 7:04 am
WhatsApp Image 2019-12-20 at 5.52.03 PM

বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰা বাসগৃহ। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা এক বন্যহস্তীৰ জাকে শুকুৰবাৰে নগাঁও জিলাৰ  চামগুৰিত তাণ্ডৱ চলাই দুটাকৈ বাসগৃহ লণ্ডভণ্ড কৰি  আতংকৰ সৃষ্টি কৰে।

জানিব পৰা মতে নিশা প্ৰায় দুই মান বজাত নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অধীনৰ উদমাৰী খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি অঞ্চলৰ হাঁহ চ’ৰা বৰালি গাঁৱত এটা বন্যহস্তীৰ জাকে প্ৰৱেশ কৰে।

Apply Now

গাঁওখনৰ বাসিন্দা ৰঞ্জিত দাস আৰু ভাগ্য দাসৰ বাসগৃহ হাতীৰ জাকটোৱে ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধান খাই তহিলং কৰাত কৃষক পৰিয়াল কেইটাই শোকত ভাগি পৰা পৰিলক্ষিত হয়।

এই কাণ্ড সংঘটিত কৰাৰ পাছত বন্যহস্তীৰ জাকটো চাপানলাৰ দিশে গুচি যায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

আনহাতে, পুৱা বন বিভাগৰ লোকক স্থানীয় লোকে খবৰ দিয়ে যদিও বহু পলমকৈ পৰিয়াল কেইটাৰ বাসগৃহত উপস্থিত হৈ ক্ষেত্ৰ পৰিদৰ্শন কৰে বুলি পৰিয়ালৰ লোক জানিবলৈ দিয়ে।

বিদ্যুৎজ্যোতি বৰা

বিদ্যুৎজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

October 29, 2026 12:05 pm
ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

October 29, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd