DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইৰ খেতি পথাৰত বনৰীয়া হাতীৰ তাণ্ডৱ : কৃষকে চপাব পৰা নাই খেতি, নীৰৱ বন বিভাগ

নীলমনি শর্মা by নীলমনি শর্মা
December 8, 2018 6:46 am
Wild-jumbo

প্ৰতিনিধিত্বমূলক ফটো

278
VIEWS
Share on FacebookShare on Twitter

বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে কৃষ্ণাইত কৃষকৰ হাহাকাৰ অৱস্থা হৈছে। বনৰীয়া হাতীৰ বাবে কৃষকে খেতি চপাব পৰা নাই। বিগত প্ৰায় এটা মাহে কৃষ্ণাই অঞ্চলৰ বিভিন্ন খেতি পথাৰত হাতীৰ এটা বৃহৎ জাকে তাণ্ডৱ চলাই পকা ধান খাই, গচকি বিনষ্ট কৰিছে।

কৃষ্ণাইৰ নামাপাৰা,গোৱালপৰীয়া গাঁও,হাদী, বজুৰুক-মল্লপাৰা, মানিকপুৰ, সাকোমাৰী, ভেলাখামাৰ আদি গাৱঁৰ কৃষকে বনৰীয়া হাতীৰ এই তাণ্ডৱত হাহাকাৰ কৰি থাকিব লগা হৈছে।

স্থানীয় ৰাইজে বহু অভিযোগ কৰাৰ পাছতো বন বিভাগে হাতীৰ বৃহৎ জাকটোক খেদি পঠিয়াব পৰা নাই ৷ ইপিনে, হাতীৰ ভয়তে কৃষকে খেতি চপাব পৰা নাই।

আনহাতে, দুই চাৰিজনে মৰণক শৰণ দি খেতি চপাইছে যদিও অধিকাংশই হাতীৰ আক্ৰমণৰ ভয়ত পথাৰত নামিব পৰা নাই ৷ ইপিনে হাতীয়ে পকা ধাননি খাই, গচকি পেলাইছে।

বন বিভাগক খবৰ দিয়াৰ পাছতো বিভাগটোৱে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।  পৰ্যাপ্ত বন কৰ্মী নথকাৰ অজুহাত দেখুৱাই বন বিভাগে দুই এটা লাইট দিয়ে দায়িত্ব সামৰিছে ৷ তদুপৰি, বন কৰ্মী সকলে হাতীৰ আগমণ সম্পৰ্কে ফোন কৰিলে কোনো সঁহাৰি নজনোৱাৰ অভিযোগ উঠিছে।

এতিয়া কৃষ্ণাইৰ নামাপাৰা,হাদী, বুজৰুক, মানিক পুৰ আদিকে ধৰি কুৰিখন গাৱঁৰ ৰাইজে খেতি চপাব নোৱাৰি হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে।

Recent News

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

ৰাছিয়াই উৰুৱাই দিলে ইউক্ৰেইনৰ বান্ধ, বানে বুৰাই পেলালে কেইবাখনো গাঁও

ৰাছিয়াই উৰুৱাই দিলে ইউক্ৰেইনৰ বান্ধ, বানে বুৰাই পেলালে কেইবাখনো গাঁও

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd