• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিৰ গেন্ধালি গাঁৱত নিশা বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ

NE NOW NEWS ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , September 9, 2019 2:12 pm

1 min read

VideoCapture_20190909-093725

ফটো : নৰ্থ-ইষ্ট নাও

323
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰিত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীৰ উপদ্ৰৱত শ শ হেক্টৰ কৃষিভূমি বিনষ্ট হোৱাৰ লগতে বিস্তৰ ক্ষতি সাধন হৈছে সা-সম্পত্তিৰ।

দেওবাৰে নিশা চামগুৰিৰ গেন্ধালী বেবেজীয়া গাঁৱত দুটা বনৰীয়া হাতীয়ে পুনৰ সৃষ্টি কৰে চূড়ান্ত উপদ্ৰৱৰ। হাতী দুটাই ভাঙি লণ্ড ভণ্ড কৰিলে স্থানীয় দীপ গগৈ নামৰ এজন লোকৰ এটা পকী ঘৰ।

হাতীৰ আক্ৰমণত দীপ গগৈৰ ঘৰৰ বহুখিনি সা-সামগ্ৰী বিনষ্ট হোৱাৰ উপৰি কথমপি ৰক্ষা পৰে তেওঁৰ পৰিয়ালৰ সদস্য সকল।

পুৱতি নিশা পৰ্যন্ত বনৰীয়া হাতী দুটাই বৃহত্তৰ অঞ্চলটোত উপদ্ৰৱ চলাইছে। এই বিষয়ে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াৰ পাছতো পুৱা পৰ্যন্ত বন বিভাগৰ কোনো লোক উপস্থিত নহ’ল বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে।

জানিব পৰা মতে এতিয়াও হাতী দুটা কাষৰে এডৰা ডাঠ হাবিত অৱস্থান কৰি আছে। যাক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী।

অঞ্চলটোৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধানৰ বাবে বন বিভাগক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে চামগুৰিৰ গেন্ধালি গাঁৱৰ ৰাইজে।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd