• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাগুনত বন্যহস্তীৰ তাণ্ডব; লণ্ড-ভণ্ড বাসগৃহ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , April 20, 2020 6:44 pm

1 min read

জাগুনত বন্যহস্তীৰ তাণ্ডব; লণ্ড-ভণ্ড বাসগৃহ
1.1k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ ডিগবৈ বনসংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ আঠ মাইল বিষ্ণুপুৰত বন্য হস্তীৰ তাণ্ডবৰ ফলত বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈছে স্থানীয় গাওঁবাসী ৰাইজে।

খাদ্যসংকটত পৰা বন্যহস্তীয়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহাৰ ফলত অঞ্চলটোত হাতী মানুহৰ সংঘাতৰ সৃষ্টি হৈছে।

বিশেষকৈ এই মুহূৰ্তত খাদ্যৰ সংকটত পৰা বনৰীয়া হাতীৰ লক্ষ্য হৈ পৰিছে মানুহৰ বাসগৃহ। জাগুনৰ আঠ মাইল বিষ্ণুপুৰত যোৱা নিশা টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দুটা প্ৰকাণ্ড বনৰীয়া হাতী ওলাই আহি আঠ মাইল বিষ্ণুপুৰ নিবাসী নাৰয়ণ ছেত্ৰি নামৰ ব্যক্তি জনৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে আঁচবাব নষ্ট কৰে।

হাতী দুটাই পৰিয়ালটোৰ সকলো খাদ্য সামগ্ৰী খাই এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে,বিগত ১৫ এপ্ৰিলত জাগুনৰ ৩ নং উদয়পুৰৰ কথা ৰিজাৰ্ভত বন্যহস্তীৰ আক্ৰমণত দল বাহাদুৰ তামাং(৭০) নামৰ এজন লোকৰ মৃত্যু হৈছিল।

অঞ্চলটোৰ সংৰক্ষিত বনাঞ্চল সমূহ সংকুচিত হৈ পৰাত হস্তীকুলে তীব্ৰ খাদ্য সংকট পৰাৰ ফলত অঞ্চলটোত প্ৰতিদিনেই হাতী মানুহ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে।

আনহাতে, এইক্ষেত্ৰত বগাহাতীত পৰিণত হোৱা বন বিভাগটোক অধিক সক্ৰিয় হ’বলৈ প্ৰকৃতি প্ৰেমী সকলে দাবী উত্থাপন কৰাৰ লগতে শেহতীয়াকৈ অঞ্চলটোত বন্যহস্তীয়ে ক্ষয়-ক্ষতি কৰা প্ৰতিটো পৰিয়ালক তাৎক্ষণিক ভাৱে চৰকাৰী সাহায্য প্ৰদানৰো দাবী উত্থাপন কৰে।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd