• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইত বনৰীয়া হাতীৰ উপদ্ৰৱ; নিশা সাতটা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , October 16, 2019 4:48 pm

1 min read

কৃষ্ণাইত বনৰীয়া হাতীৰ উপদ্ৰৱ; নিশা সাতটা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড
57.8k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী চাৰিগাঁৱত মঙলবাৰে নিশা হাতীৰ এটা বৃহৎ জাকে প্ৰৱেশ কৰি সাতটা পৰিয়ালৰ চৈধ্যটা বাসগৃহ ভাঙি চিঙি চুৰমাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

খাদ্যৰ সন্ধানত গাঁও অঞ্চললৈ নামি অহা হাতীৰ জাকটোৱে চাৰিগাঁৱৰ বিকাশ দৈমাৰী, দিগন্ত দৈমাৰী, মহেশ্বৰ দৈমাৰী, দ্বীপেন বসুমতাৰী, দীপচৰণ দৈমাকী, ধনঞ্জয় দৈমাৰী আৰু বিপুল দৈমাৰীৰ ঘৰত তাণ্ডৱ চলায়।

হাতীৰ জাকটোৰ তাণ্ডৱত পৰিয়ালটোৰ লোকসকলে নিজৰ জীৱন বছাই পলাই সাৰিবলৈ সক্ষম হয় যদিও তেওঁলোকৰ বাসগৃহবোৰ হাতীৰ জাকটোৱে লণ্ডভণ্ড কৰে।

বনৰীয়া হাতীক জাকটো ঘৰৰ ভিতৰত প্ৰবেশ কৰি ধানৰ লগতে সকলো খাদ্য সামগ্ৰ খাই তহিলং কৰাৰ পাছত এটা এটাকৈ ১৪ বাসগৃহ পৰিয়ালৰ চকুৰ সন্মুখতে ভাঙি পেলায়৷

উপায়ন্তৰ গাঁৱবাসী সকলৰ বাবে হাতীৰ জাকটোৱে বাসগৃহ সমূহ ভাঙি পেলোৱাৰ দৃশ্য চাই থকাৰ বাহিৰে আন কোনো উপায় নাছিল।

নিশা ২৫-৩০ জনীয়া হাতীৰ জাকটোৱে গাঁৱত প্ৰৱেশ কৰাৰ সময়ত গাঁৱবাসীয়ে বন বিভাগক খবৰ দিছিল যদিও ঘটনাস্থলীত বন বিভাগৰ কোনো লোক উপস্থিত নহ’ল।

Recent News

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd