• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভূটিয়াচাঙ চাহ বাগিচাত বিদ্যুতস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 20, 2019 5:30 pm

1 min read

wild jumbo

মৃত্যু হোৱা বনৰীয়া হাতীটো। উৎস-ইণ্টাৰনেট

2.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ ভূটিয়াচাঙ চাহ বাগিচা এলেকাত শুকুৰবাৰে বৈদ্যুতিক ফান্দত বিদ্যুতপৃষ্ট হৈ এটা মখনা হাতীৰ মৃত্যু হয়।

অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি অহা হাতী আৰু মানুহৰ মাজত সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

প্ৰায়ে ভাৰত-ভূটান সীমান্ত অঞ্চলত পাহাৰৰ পৰা জনাঞ্চললৈ বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত নামি আহি উপদ্ৰৱ চলায়।

শুকুৰবাৰে ৰাতিপুৱাও খাদ্যৰ সন্ধানত এটা বনৰীয়া হাতীৰ জাকে ভূটিয়াচাঙ চাহ বাগিচা অঞ্চলত প্ৰৱেশ কৰে।

বনৰীয়া হাতীৰ জাকটোৱে চাহ বাগিচাখনত প্ৰৱেশ কৰে যদিও ইয়াৰে মাজৰ এটা হাতীয়ে চাহ বাগিচাখনৰ সীমাত সংস্থাপন কৰি থোৱা বৈদ্যুতিক ফান্দত বিদ্যুতপৃষ্ট হৈ মৃত্যু মুখত পৰে।

উল্লেখযোগ্য যে, অঞ্চলটোৰ জনসাধাৰণে দীৰ্ঘসময়ৰ পৰা অঞ্চলটোত বৃদ্ধি পাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱৰ বিষয়ে ৰাজ্যৰ বন বিভাগক অৱগত কৰি আহিছে যদিও এতিয়ালৈ বিভাগটোৱে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে।

Recent News

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd