• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাওখোৱাৰ শালপাৰাত বিদ্যুতস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

NE NOW NEWS ভাৰ্গব হাজৰিকা
চামগুৰি , October 29, 2019 5:55 pm

1 min read

VideoCapture_20191029-165550

ফটো : নৰ্থ-ইষ্ট নাও

7.4k
VIEWS
Share on FacebookShare on Twitter

হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ শালপাৰা অঞ্চলত মঙলবাৰে পুৱা এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হয়।

জানিব পৰা মতে, চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ শালপাৰা অঞ্চলৰ বনগাঁৱৰ এখন পথাৰত সংযোগ কৰি ৰখা বিদ্যুত পৰিবাহী তাঁৰত লাগি হাতীটোৰ মৃত্যু হৈছে।

মৃত্যুৰ খবৰ শুনি ঘটনাস্থলত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ লগতে অন্যান্য যাৱতীয় কাম-কাজ সম্পন্ন কৰে।

স্থানীয় লোকে জনোৱা অনুসৰি লাওঁখোৱাৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা উক্ত হাতীটোৱে দীৰ্ঘ দিন ধৰি অঞ্চলটোৰ কৃষি ভূমি বিনষ্ট কৰি আহিছিল। হাতীটোৰ উপদ্ৰৱৰ পৰা নিজৰ খেতি পথাৰখন ৰক্ষা কৰাৰ স্বাৰ্থত এইদৰে কোনো কৃষকে পথাৰত বিদ্যুত পৰিবাহী তাঁৰ সংযোগ কৰি ৰাখিছিল।

পথাৰত বিদ্যুত সংযোগ কৰা অভিযুক্তজনক বন বিভাগে চিনাক্ত কৰাৰ সমান্তৰাল ভাৱে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্তক বিচাৰি আৰক্ষীয়ে অঞ্চলটোত ব্যাপক অভিযান আৰম্ভ কৰিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd