• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত বনৰীয়া হাতীৰ তাণ্ডৱ; নিশা হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , December 28, 2019 12:21 pm

1 min read

Goalpara elephant attack story

গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণৰ পাছৰ দৃশ্য

662
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। শনিবাৰে পুৱতি নিশা ঢেঁকীয়াবাৰী-নয়াপাৰাত এটা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰি মামুদ ৰাভাৰ বাসগৃহত আক্ৰমণ চলাই তিনিটা ঘৰ লণ্ড ভণ্ড কৰে।

হাতীটোৱে ঘৰ লণ্ডভণ্ড কৰাৰ লগতে ধান,চাউল খাই সা-সম্পত্তি বিনষ্ট কৰে।

পুৱতি নিশা প্ৰকাণ্ড বনৰীয়া হাতীটোৱে মামুদ ৰাভৰ বাসগৃহ চুৰমাৰ কৰাৰ পৰাছত এতিয়া থাকিবলৈ থাই নোহোৱা হৈছে পৰিয়ালটোৰ।

আনহাতে, একে নিশাই চাৰিগাঁৱৰ আন তিনিটা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে অকলশৰীয়া বনৰীয়া হাতীটোৱে।

নিতৌ বনৰীয়া হাতীয়ে দুধনৈ আৰু কৃষ্ণাইত উপদ্ৰৱ চলাই আহিছে। কৰোবাত যদি দুটা হাতী আন কৰোবাত অকলশৰীয়া হাতীয়ে সন্ত্ৰাস চলাইছে।

শুক্ৰবাৰে নিশা কৃষ্ণাইৰ ঢেঁকীয়াবাৰী আৰু চাৰিগাঁৱত হাতীটোৱে কেইবাটাও ঘৰ ভঙাৰ পিছতে অসম-মেঘালয় সীমান্তৰ খাৰদাং চৰকপাৰাত এজন লোকক আক্ৰমণ কৰে। হাতীটোৰ আক্ৰমণত থিতাতে নিহত দুৰ্ভগীয়া মহেন ৰাভা নামৰ লোকজনৰ।

নিজ ভাতৃৰ বাসগৃহ হাতীয়ে ভাঙি থকা অৱস্থাত ৰাইজৰ সহযোগত হাতীটো খেদিব যোৱাৰ সময়তে ওলটাই হাতীটোৱে খেদি আহে আৰু মহেন ৰাভাক নামৰ গচকি নিহত কৰে ৷

উল্লেখযোগ্য যে, এই হাতীতোৱে বিগত কিছু দিনৰ পৰা সমগ্ৰ জিলাখনতে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বন বিভাগ হাতীটো নিয়ন্ত্ৰণ কৰি ৰাইজক নিৰাপত্তা দিয়াত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd