• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত ১২ ঘণ্টাৰ ভিতৰত মৃত্যু তিনিগৰাকী লোকৰ; মুখ্য মন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , October 29, 2019 10:08 pm

1 min read

wild jumbo attack

বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোককেইগৰাকী

9.4k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাত হাতী আৰু মানুহৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। মঙলবাৰে পুৱতি নিশাৰ পৰা ১২ ঘণ্টাৰ ভিতৰত তিনিগৰাকী লোক বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয়।

বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোক কেইগৰাকী হ’ল ক্ৰমে বাকাইটাৰী গাঁৱৰ টিকেন চন্দ্ৰ নাথ, মিজানুৰ ৰহমান আৰু জাহানাৰা খাতুন।

ৰাতিপুৱা বনৰীয়া হাতীৰ আক্ৰমণত টিকেন চন্দ্ৰ নাথ নামৰ লোকগৰাকীৰ মৃত্যু হোৱাৰ পাছত সন্ধিয়া এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ আক্ৰমণত মিজানুৰ ৰহমান আৰু জাহানাৰা খাতুনে প্ৰাণ হেৰুৱায়।

অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ৰাইজ।

স্থানীয় ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ বিষয়ে বন বিভাগক অৱগত কৰাৰ পাছতো বন বিভাগে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

আনহাতে, একেদিনাই গোৱালপাৰা ভ্ৰমণলৈ যোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন বিভাগক হাতীটো ট্ৰেংকুলাইছ কৰাৰ নিৰ্দেশ দিয়াৰ উপৰিও জিলা উপায়ুক্ত বৰ্ণালী ডেকা আৰু বন বিষয়াৰ সৈতে হোৱা বৈঠকৰ অন্তত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াল বৰ্গলৈ ৪ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।

তদুপৰি, সোণোৱালে বন বিভাগক শীঘ্ৰে অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈও নিৰ্দেশ দিয়ে।

Recent News

Bullet Thali

৬০ মিনিটত এই ‘বুলেট থালী’ খাই শেষ কৰিব পাৰিলে লাভ কৰিব এখন ‘এনফিল্ড বুলেট’, ক’ত?

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd