DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজনীতিত যোগদান কৰিব নেকি ৰাকেশ টিকাইতে? কি ক’লে কৃষক নেতাগৰাকীয়ে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 16, 2021 1:00 pm
221
VIEWS
Share on FacebookShare on Twitter

১৫ মহীয়া আন্দোলনৰ জৰিয়তে তিনিখনকৈ কৃষি আইন বাতিল কৰোৱাবলৈ সক্ষম হোৱা কৃষক আন্দোলন পূৰা মাত্ৰাই সফল হৈছে।

এই আন্দোলনৰ নেতৃত্ব দিয়া কৃষক নেতা ৰাকেশ টিকাইত সেয়ে এতিয়া একপ্ৰকাৰৰ ‘নায়ক’ত পৰিণত হৈছে। জনপ্ৰিয়তাৰ শীৰ্ষত থকা ৰাকেশ টিকাইতে ৰাজনীতিত যোগদান কৰিব নেকি ?

এই প্ৰশ্নই এতিয়া বহুতোৰে মনত দোলা দি আছে। এনে সময়তে ৰাজনীতিত যোগদান কৰাৰ বিষয়ত কৃষক নেতাগৰাকীয়ে তেওঁৰ মন্তব্য প্ৰকাশ কৰিছে।

‘কৃষকৰ স্বাৰ্থত মোৰ যুঁজ অব্যাহত থাকিব। কেতিয়াও মই ৰাজনীতিত যোগদান নকৰো’— এইদৰে মন্তব্য কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইতে ।

তেওঁ লগতে কয় যে তিনিখনকৈ হঠকাৰী কৃষি আইনৰ বিৰুদ্ধে দেশৰ কৃষকসকলে ঐক্যৱদ্ধ ভাবে যুঁজ দি যি সফলতা লাভ কৰিলে সেয়া ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।

কৃষক নেতাগৰাকীয়ে কোনো ৰাজনৈতিক বেনাৰত যাতে তেওঁৰ ফটো ব্যৱহাৰ কৰা নহয় সেই বিষয়তো সকলোকে সতৰ্ক কৰি দিয়ে। তেওঁ কয়—’কোনো ৰাজনৈতিক দলৰ সৈতে মোৰ সম্পৰ্ক নাই আৰু নাথাকিব’।

উল্লেখ্য সুদীৰ্ঘ ১৫ মহীয়া কৃষক আন্দোলনৰ সফল পৰিসমাপ্তিৰ পিছত ঘৰলৈ উভতি গৈছে প্ৰতিবাদী কৃষকসকলে।

আপোচহীন কৃষক আন্দোলনৰ ওচৰত আত্মসমৰ্পণ কৰি কেন্দ্ৰীয় চৰকাৰে তিনিখন কৃষি আইন বাতিল কৰাৰ লগতে প্ৰতিবাদী কৃষকৰ সকলো দাবীৰ ওপৰত আলোচনাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত অৱশেষত প্ৰতিবাদৰ সমাপ্তি ঘটিছিল।

কৃষক আন্দোলনৰ নেতৃত্ব দিয়া ৪০ টা কৃষক সংগঠনৰ সন্মিলিত সংস্থা সংযুক্ত কিষাণ মৰ্চা (এছকেএম)য়ে তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল আৰু ঘোষণা কৰিছিল যে কৃষকসকলে ১১ ডিচেম্বৰত দিল্লীৰ সীমাত থকা প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি যাব।

সেইমৰ্মে কৃষকসকলে নিজ নিজ ঘৰলৈ উভতি গৈছে।

Recent News

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

আমাৰ পতাকা আৰু কিছু চিন্তা

আমাৰ পতাকা আৰু কিছু চিন্তা

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd