• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এছিয়া কাপ ২০২৫ৰ পৰা বাদ পৰিব নেকি পাকিস্তান! কি কলে সুনীল গাভাস্কাৰে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2025 4:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেট কিংবদন্তি সুনীল গাভাস্কাৰে এছিয়া কাপ ২০২৫ সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰি কয় যে তেওঁ পাকিস্তানে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাটো নিবিচাৰে। ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এই বিবৃতি প্ৰকাশ কৰিছে। পাকিস্তানৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে শ্ৰীলংকাৰ সৈতে ভাৰতে যৌথভাবে আয়োজন কৰা এই প্ৰতিযোগিতাখনত অংশগ্ৰহণত বাধা প্ৰদানৰ দৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।   ইতিমধ্যে পাকিস্তানৰ আমদানি নিষিদ্ধ কৰাৰ লগতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা ভাৰত চৰকাৰৰ নেতৃত্ব ভাৰত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে অনুসৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে  কিংবদন্তি  ক্ৰিকেট খেলুৱৈ গৰাকীয়ে

পৰিস্থিতিৰ উন্নতি নহ’লে এছিয়া কাপৰ আয়োজন কৰা এছিয়ান ক্ৰিকেট কাউন্সিল (এচিচি) ভংগ হ’ব পাৰে বুলিও গাভাস্কাৰে ইংগিত দিয়ে। পাকিস্তানক বাদ দি ভাৰতে বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান বা ইউ এ ইৰ দৰে দলৰ সৈতে নতুন প্ৰতিযোগিতা আয়োজন কৰিব পাৰে বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখ্য যে ভাৰত-পাকিস্তানৰ ক্ৰিকেটৰ সম্পৰ্কত প্ৰভাৱ পৰাটো এইটোৱেই প্ৰথম নহয়— ভাৰতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যাত্ৰা কৰা নাছিল বৰঞ্চ ডুবাইত নিজৰ মেচ খেলিছিল। চৰকাৰৰ সমৰ্থনত বিচিচিআইৰ দৃঢ় স্থিতিৰ বাবে অহা কেইমাহমানৰ ভিতৰত ডাঙৰ পৰিৱৰ্তন নহ’লেও এছিয়া কাপত পাকিস্তানৰ অংশগ্ৰহণৰ সম্ভাৱনা কমৈ অহিছে।

Apply Now

এই প্ৰতিযোগিতাৰ পৰা পাকিস্তানক বাদ পৰাৰ সম্ভাৱনাক লৈ অনুৰাগী আৰু বিশেষজ্ঞসকলৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছে। একাংশ লোকে যুক্তি আগবঢ়াইছে যে এচিচিৰ অধ্যক্ষ পাকিস্তানৰ মহছিন নাকভিয়ে সিদ্ধান্তত প্ৰভাৱ পেলাব পাৰে, কিন্তু গাভাস্কাৰৰ মন্তব্যই ভাৰতৰ কঠোৰ স্থিতিক প্ৰতিফলিত কৰিছে। যদিহে এচিচি ভংগ হয় বা পাকিস্তানক বাদ দিয়া হয় তেন্তে এছিয়াৰ ক্ৰিকেট প্ৰতিযোগিতাই নতুন ৰূপ লাভ কৰিব। পাকিস্তানৰ সৈতে ক্ৰীড়া সম্পৰ্কতকৈ ভাৰতে নিৰাপত্তাক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ লগে লগে এই মুহূৰ্তত এছিয়া কাপৰ ভৱিষ্যত অনিশ্চয়তাৰ মাজত সোমাই পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

August 1, 2026 7:58 pm
ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

August 1, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd