• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উইংগ কামাণ্ডাৰ অভিনন্দন বৰ্থমানৰ সৈতে মোৰ তিনিটা সাদৃশ্য আছে : বায়ু সেনা প্ৰধান বি এছ ধানোৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2019 4:32 pm
Dhanowa and Abhinandan

বায়ু সেনা প্ৰধান বি এছ ধানোৱাৰ সৈতে উইংগ কামাণ্ডাৰ অভিনন্দন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে পুনৰ মিগ-২১ যুঁজাৰু বিমানৰ ককপিটলৈ উভতি আহিল উইংগ কামাণ্ডাৰ অভিনন্দন বৰ্থমান।

ভাৰতীয় বায়ুসেনা প্ৰধান বি এছ ধানোৱা আৰু অভিনন্দনে পাঠানকোট বায়ু সেনা বাহিনী ঘাটিৰ পৰা প্ৰায় ৩০ মিনিট সময়ৰ বাবে যুঁজাৰু মিগ-২১ বিমান উৰুৱায়।

Apply Now

মিগ-২১ৰ উৰণ কালত বায়ুসেনা প্ৰধান বি এছ ধানোৱাই মুখ্য পাইলটৰ ভূ্মিকা পালন কৰাৰ বিপৰীতে অভিনন্দনে সহযোগী পাইলটৰ দায়িত্ব পালন কৰিছিল।

#WATCH Pathankot: IAF Chief Air Chief Marshal BS Dhanoa and Wing Commander Abhinandan Varthaman moving towards the MiG-21 before their sortie earlier today. #Punjab pic.twitter.com/Rz9KJVJVWi

— ANI (@ANI) September 2, 2019

আনহাতে, সফলতাৰে উৰণ সম্পূৰ্ণ কৰাৰ পাছতে বায়ু সেনা প্ৰধান ধানোৱাই সুখী বুলি মন্তব্য কৰাৰ লগতে অভিনন্দৰ সৈতে তিনিটা কথাত তেওঁৰ সাদৃশ্য থকা বুলি উল্লেখ কৰে।

অভিনন্দৰ সৈতে বি এছ ধানোৱাৰ থকা তিনিটা প্ৰধান সাদৃশ্য হ’ল-

১) দুয়ো মিগ-২১ বিমানেৰে পাকিস্তানৰ বিপক্ষে যুদ্ধ কৰিছে (ধানোৱাই কাৰ্গিল যুদ্ধত আৰু অভিনন্দনে বালাকোট আক্ৰমণৰ পাছত।)

২) দুয়ো মিগ-২১ৰ ককপিটৰ পৰা জৰুৰীকালিন অৱতৰণ কৰিব লগা হৈছিল।

৩) বি এছ ধানোৱাই অভিনন্দনৰ পিতৃৰ সৈতেও একেলগে মিগ-২১ বিমান উৰুৱাইছিল।

তদুপৰি, বায়ু সেনা বাহিনীৰ প্ৰধান গৰাকীয়ে ছমাহৰো কম সময়ৰ ব্যৱধানত উইংগ কামাণ্ডাৰগৰাকী মিগ-২১ৰ ককপিটলৈ উভতি অহাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

‘‘মোক মিগ-২১ৰ পৰা জৰুৰী অৱতৰণৰ পাছত পুনৰ পাইলট হিচাপে উভতি আহিবলৈ ৯ মাহ সময় লাগিছিল কিন্তু অভিনন্দনে ছমাহৰো কম সময়ত সুস্থ হৈ উভতি আহিছে। এতিয়া তেওঁ সম্পুৰ্ণ সুস্থ হিচাপে পাইলটৰ সকলো প্ৰমাণ পত্ৰ ওভটাই পাইছে’’-ধানোৱায় কয়।

#WATCH IAF Chief Air Chief Marshal BS Dhanoa flew a sortie with Wg Cdr Abhinandan Varthaman at Air Force Station Pathankot today in a MiG-21 trainer. It's the last sortie flown by IAF Chief in a fighter aircraft before retirement.They took off around 1130 hrs for a 30 min sortie. pic.twitter.com/retSoI3EVl

— ANI (@ANI) September 2, 2019

উল্লেখযোগ্য যে, বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পাছত পাকিস্তান বায়ু সেনাবাহিনীৰ এফ-১৬ বিমানে ভাৰতীয় বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত অভিনন্দনে মিগ-২১ বিমানেৰে পাকিস্তানৰ এখন এফ-১৬ গুলীয়াই ভূপতিত কৰিছিল।

বৰ্তমান অভিনন্দনে ভাৰতীয় বায়ুসেনা বাহিনীত মিগ-২১ৰ প্ৰশিক্ষক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd