DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জ্ঞানলব্ধ প্ৰকৃত শিক্ষাৰ অভাৱৰ কুপ্ৰভাৱ অন্ধবিশ্বাস,ডাইনীকাণ্ড : মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2019 2:26 pm
WhatsApp Image 2019-08-24 at 1.34.40 PM

মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া

12.4k
VIEWS
Share on FacebookShare on Twitter

‘‘সমগ্ৰ ভাৰতবৰ্ষ এতিয়া অন্ধবিশ্বাসৰ কড়াল গ্ৰাসত আক্ৰান্ত, ইয়াৰ মূলতে হ’ল প্ৰকৃত জ্ঞানলব্ধ গুণগত শিক্ষাৰ অভাৱ। অসম তথা ভাৰতবৰ্ষৰ শিক্ষানীতিত যেতিয়ালৈ প্ৰকৃত জ্ঞানলব্ধ শিক্ষাৰ পক্ষত আমূল পৰিৱৰ্তন নহ’ব তেতিয়ালৈ অন্ধবিশ্বাসে সমগ্ৰ অসম তথা দেশবাসীক এনেদৰে গ্ৰাস কৰি থাকিব’’।

শুকুৰবাৰে নিশা দিছপুৰত অৱস্থিত ৰ’টাৰী ক্লাৱ অব ইণ্টাৰনেশ্যনেলৰ দক্ষিণ গুৱাহাটী শাখাৰ প্ৰেক্ষাগৃহত ৰ’টাৰী ক্লাৱৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰ’টাৰিয়ানৰ সন্মুখত এনেদৰে ব্যক্তব্য আগবঢ়াই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা সমাজ কৰ্মী দিব্যজ্যোতি শইকীয়াই।

ৰ’টাৰী ক্লাব অব ইণ্টাৰনেশ্যনেলৰ দক্ষিণ গুৱাহাটী শাখাৰ উপ-সভাপতি ধীৰাজ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত দিব্যজ্যোতি শইকীয়াই পুনৰ কয় যে আমাৰ মানুহে বিজ্ঞানক দৈনন্দিন জীৱনত উপভোগ কৰি অহাৰ উপৰি মানৱ জাতিয়ে মংগল গ্ৰহত বাসস্থান পতাৰ বাবে যো-জা চলোৱাৰ সময়তো নিজকে শিক্ষিত বুলি জাহিৰ কৰা একাংশ লোকে স্বয়ম্ভূ ভগৱান,দেৱ-দেৱী, ভণ্ডবাবা,তান্ত্ৰিক আদিৰ ওপৰতে নিজকে সম্পূৰ্ণৰূপে অৰ্পন কৰি দিয়াৰ মূলতে হ’ল সেই লোকসকলৰ মানসিক অৱস্থা।

উক্ত লোকসকল মানসিকভাকভাৱে সুস্থ, সবল নোহোৱাৰ লগতে নিজৰ ওপৰত আত্মবিশ্বাস নোহোৱাৰ বাবে এনেধৰণৰ ঘটনা দিনকদিনে বৃদ্ধি পাই আহিছে।

শইকীয়াই অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী ৰ’টাৰিয়ানক সামাজিক দায়বদ্ধতাৰে সমাজৰ পৰা আন্ধবিশ্বাস দূৰ কৰিবৰ বাবে দায়িত্ব সহকাৰে কাম কৰিবলৈ আহ্বান জনায়।

Recent News

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd