• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত আছে ১৮ টা জৈৱমণ্ডল, পৰিবেশতন্ত্ৰৰ প্ৰতি পিছে আহিছে ভাবুকি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 4, 2022 2:59 pm
138
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষত আছে ১৮ টা জৈৱমণ্ডল। ১৮ টা জৈৱমণ্ডলেৰে ভাৰত বিশ্বৰ ভিতৰতে জৈৱ বৈচিত্ৰত চহকী দেশ হিচাবে পৰিগণিত হৈছে।উল্লেখ্য চলিত বৰ্ষৰ ৩ নৱেম্বৰৰ দিনটো প্ৰথম ‘জৈৱমণ্ডল সংৰক্ষণৰ বাবে আন্তৰ্জাতিক দিৱস’ হিচাপে ঘোষণা কৰা হৈছে।দেশৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনৰ  সংস্থা ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মতে, বৰ্তমান ভাৰতত ৬০,০০০বৰ্গ কিলোমিটাৰ বিস্তৃত ১৮ টা অধিসূচিত জৈৱমণ্ডল ভাণ্ডাৰ আছে।

আটাইতকৈ ডাঙৰ জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হৈছে গুজৰাটৰ কচ্ছ উপসাগৰ (১২,৪৫৪বৰ্গ কিমি) আৰু আটাইতকৈ সৰু হৈছে অসমৰ ডিব্ৰু-চাইখোৱা (৭৬৫বৰ্গ কিমি)।

অন্যান্য ডাঙৰ জৈৱমণ্ডলৰ ভাণ্ডাৰ হৈছে তামিলনাডুৰ মান্নাৰ উপসাগৰ (১০,৫০০ বৰ্গ কিমি), পশ্চিম বংগৰ সুন্দৰবন (৯,৬৩০বৰ্গ কিমি) আৰু হিমাচল প্ৰদেশৰ শীতল মৰুভূমি (৭,৭৭০ বৰ্গ কিমি)।

ভাৰত আৰু বাংলাদেশৰ বিভিন্ন প্ৰান্তত বিস্তৃত সুন্দৰবন হৈছে বিশ্বৰ সৰ্ববৃহৎ মেংগ্ৰোভ অৰণ্য, আনহাতে শীতল পৰিবেশেৰে হিমাচল প্ৰদেশৰ পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান, চন্দ্ৰতাল, চাৰচু আৰু কিব্বাৰ বন্যপ্ৰাণী অভয়াৰণ্য আবৰি আছে কৰে। ইউনেস্কোৰ তথ্য মতে সমগ্ৰ বিশ্বতে, ৭৮৩ টা জৈৱমণ্ডল আছে। তাৰে বহু কেইটা গুৰুত্বপূৰ্ণ জৈৱমণ্ডল ভাৰততে আছে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd