• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাবালক চালকৰ পথ দুৰ্ঘটনাত জে’লত সোমাব অভিভাৱক ||বাহন আইন সবিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2019 9:05 pm
With amended rules, India’s Motor Vehicles Act sees new avatar

প্ৰতীকী ছবি। সৌজন্য-- Pixabay

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰে পৰা ভাৰতবৰ্ষত নাবালক বাহন-চালকে সংঘটিত কৰা পথ দুৰ্ঘটনাৰ বাবে তিনি বছৰলৈকে জে’লত সোমাব পাৰে অভিভাৱক।

৯ আগষ্টত ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দৰ মোহৰ লগাৰ পিছত আইনৰূপে বলবৎ হোৱা সংশোধিত মটৰ ভিইকলছ এক্তত আছে এনে কিছু কঠোৰ বিধান।

Apply Now

আহক চাওঁ:

১. লাইচেন্স বাতিলৰ কৰ্তৃত্ব—আইনখনৰ মুঠ আঠটা ধাৰা/ উপধাৰাই সংশ্লিষ্ট কৰ্তৃপক্ষক দিছে এই কৰ্তৃত্ব। ১৮৩, ১৮৪, ১৮৫, ১৮৯, ১৯০, ১৯৪চি, ১৯৪দি, ১৯৪ই ধাৰাই এই কৰ্তৃত্ব প্ৰদান কৰিছে।

২. টিকেটবিহীন যাত্ৰীয়ে ১৭৮ ধাৰাৰ অধীনত ৫০০ টকাৰ জৰিমনা ভৰিব লাগিব।

৩. কৰ্তৃপক্ষৰ আদেশ অমান্যকৰণে ১৭৯ ধাৰাৰ অধীনত ভৰোৱাব ২০০০ টকা পৰ্য্যন্ত জৰিমনা।

৪. বিনা অনুজ্ঞাপত্ৰৰে বাহন চলালে ১৮১ ধাৰাৰ অধীনত ভৰিব লাগিব ৫০০০ টকাৰ জৰিমনা।

৫. অযোগ্য বুলি ঘোষিত বাহন চলালে ১৮২ ধাৰাৰ অধীনত ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমনা।

৬. নিৰ্ধাৰিত গতিতকৈ অধিক কোবেৰে বাহন চালনাই ১৮৩ ধাৰাৰ অধীনত ভৰোৱাব—ক) লাইট মটৰ ভিইকলৰ ক্ষেত্ৰত ১০০০ আৰু খ) এম পি ভিৰ ক্ষেত্ৰত ২০০০ টকাৰ জৰিমনা।

৭. বিপজ্জনক ধৰণেৰে বাহন চালনা (যেনে- বাইক ষ্টান্ত)ই ১৮৪ ধাৰাৰ অধীনত ভৰোৱাব ৫০০০ টকাৰ জৰিমনা।

৮. মদ খাই বাহন চালনাই ১৮৫ ধাৰাৰ অধীনত ভৰোৱাব ১০,০০০ টকাৰ জৰিমনা।

৯. ৰে’চিং/ প্ৰতিযোগিতা কৰি বাহন চালনাই ধাৰা ১৮৯ অধীনত ভৰোৱাব ৫০০০ টকা।

১০. অনুজ্ঞাপত্ৰহীন বাহন চালনাই ধাৰা ১৯২ৰ অধীনত ভৰোৱাব ১০,০০০ টকাৰ জৰিমনা।

১১. অনুজ্ঞাপত্ৰৰ নিয়ম উলংঘনে ধাৰা ১৯৩ৰ অধীনত ভৰোৱাব ২৫হাজাৰৰ পৰা ১ লাখলৈকে।

১২. অতিৰিক্ত ভাৰবাহী বাহনে ধাৰা ১৯৪ৰ অধীনত ভৰিব ন্যূনতম ২০০০ টকাৰ জৰিমনা।

১৩. অতিৰিক্ত যাত্ৰী কঢ়িয়ালে ধাৰা ১৯৪এৰ অধীনত ভৰিব লাগিব প্ৰতি যাত্ৰীত ১০০০ টকাকৈ জৰিমনা।

১৪. ছীট বেল্ট নাবান্ধিলে ধাৰা ১৯৪বিৰ অধীনত ভৰিব লাগিব ১০০০ টকা জৰিমনা।

১৫. বাইক, স্কুটাৰত অতিৰিক্ত ব্যক্তি গ’লে ধাৰা ১৯৪চিৰ অধীনত ভৰিব লাগিব ২০০০ টকা জৰিমনা। লগতে তিনি মাহৰ বাবে বাতিল হ’ব পাৰে অনুজ্ঞাপত্ৰ।

১৬. হেলমে’ট নিপিন্ধিলে ধাৰা ১৯৪দিৰ অধীনত ভৰিব লাগিব ১০০০ টকা জৰিমনা। তিনমাহলৈ অনুজ্ঞাপত্ৰ বাতিল হ’ব পাৰে।

১৭. জৰুৰী সেৱাৰ বাহন, যেনে- এম্বুলেন্সক বাট এৰি নিদিলে ১০,০০০ টকাৰ জৰিমনা।

১৮. বীমা (ইন্ছিয়ৰেন্স)হীন বাহন চালনে ১৯৬ধাৰাৰ অধীনত ভৰোৱাব ২০০০ টকাৰ জৰিমনা।

১৯. নাবালক বাহন-চালকে কৰা অপৰাধ/ দুৰ্ঘটনাৰ বাবে ১৯৯ ধাৰাৰ অধীনত অভিভাৱক/ বাহন মালিকক দায়ী কৰা হ’ব। ৩ বছৰলৈকে শাস্তি বিহাৰ বিধান আছে। নাবালকৰ ওপৰত জুভেনাইল এক্তমতে বিচাৰ হ’ব। বাহনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd