• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিঠিৰ মাজে মাজে মদ! ডাকগাড়ীত হয় মদৰ অবৈধ সৰবৰাহ

অনুপ শৰ্মা by অনুপ শৰ্মা
January 7, 2020 9:24 pm
India-Post Van liqour
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডাকগাড়ীত অবৈধভাৱে মদৰ বটল সৰবৰাহ কৰাৰ দৰে তেনেই আচহুৱা ধৰণৰ ঘটনা এটাই অপৰাধৰ নতুন দিশ কিছুমান উন্মোচিত কৰিছে অসমত।

ডাকগাড়ীবোৰক সকলো তালাচীৰ পৰা ৰেহাই দিয়াটোৰ সুযোগ লৈ অপৰাধীয়ে অসমৰ পৰা “ড্ৰাই” মিজোৰামলৈ ভাৰতত উৎপাদিত বিদেশী সুৰা (ইণ্ডিয়ান মেইড ফৰেইন লিকৰ্ছ বা আই এম এফ এল) সৰবৰাহ কৰি আহিছে।

Apply Now

আবকাৰী বিভাগে ইয়াৰ চোৰাংচোৱাৰ সূত্ৰৰ পম খেদি সুৰাৰ অবৈধ সৰবৰাহত জড়িত ভাৰতীয় ডাক বিভাগৰ এখন মেইল ভেন (TR-01 J 1889) জব্দ কৰিছে। গাড়ীখনত বিজেপি শাসিত ৰাজ্য ত্ৰিপুৰাৰ পঞ্জীয়ন নম্বৰ আছে।

মেইল ভেনখন আই এম এফ এল অবৈধভাৱে সৰবৰাহৰ প্ৰধান আহিলা হিচাপে ব্যৱহৃত হৈ আহিছিল বুলি আবকাৰী বিষয়া এজনে নৰ্থ-ইষ্ট নাওক জনায়।

“ভাৰতীয় ডাকসেৱাৰ মেইল ভেনত আই এম এফ এল সৰবৰাহ হোৱাৰ কেইটামান ঘটনা ঘটিছে। পৰিমাণ বেছি নহয় যদিও অবৈধ সৰবৰাহৰ এই নতুন পদ্ধতিটো চিন্তনীয়। সাধাৰণতে ডাকগাড়ী কোনেও তালাচী নচলায়”, বিষয়াজনে কয়।

আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অভিযানকাৰী দলটোক সফল অভিযানটোৰ বাবে প্ৰশংসা কৰিছে।

“আমি ইতিপূৰ্বে এখন উচ্চ স্তৰীয় তদন্তৰ বাবে নিৰ্দেশ দিছো। অপৰাধীসকলক সোনকালেই কৰায়ত্ত কৰা হ’ব”, শুক্লবৈদ্যই কয়।

উল্লেখ কৰিব পাৰি যে মিজোৰাম এখন ড্ৰাই ষ্টেইট, অৰ্থাৎ ৰাজ্যখনত বাণিজ্যিকভাৱে প্ৰস্তুত কৰা মদ মুকলিকৈ বিক্ৰী কৰা নিষিদ্ধ। ৰাজ্যখনৰ শাসনলৈ নতুনকৈ অহা মিজো নেশ্যনেল ফ্ৰণ্ট (এম এন এফ) চৰকাৰে ২০১৮ চনৰ ডিচেম্বৰত মদ নিষিদ্ধ ঘোষণা কৰে। পূৰ্বেও ১৯৯৭ চনৰ পৰাই ৰাজ্যখন ড্ৰাই ষ্টেইট ঘোষিত হৈ আছিল যদিও ২০১৫ চনত কংগ্ৰেছ শাসনলৈ আহি সেই নিষিদ্ধতা উঠাই লৈছিল।

আনহাতে বিজেপি শাসিত অসম আৰু ত্ৰিপুৰাত মদৰ বিক্ৰী নিষিদ্ধ নহয়।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd