• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যাৰ মূৰৰ দাম আছিল ১ লাখ টকা : যোগীৰাজ্যত এনকাউণ্টাৰত নিহত গেংষ্টাৰ ফয়জল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2025 7:14 pm
192
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ উত্তৰ প্ৰদেশত এনকাউণ্টাৰত নিহত হ’ল এগৰাকী দাগী অপৰাধী। বৃহস্পতিবাৰে নিশা উত্তৰ প্ৰদেশৰ ঝিনঝানা অঞ্চলৰ ভোগী মাজৰা গাঁৱত অভিযান চলোৱাৰ সময়ত আৰক্ষীৰ গুলীত মৃত্যু হয় সঞ্জীৱ সজিবা গেঙৰ তীক্ষ্ণ শ্বুটাৰ ফয়জলৰ। যাৰ মূৰৰ দাম আছিল ১ লাখ টকা। এই অভিযানৰ সময়ত দুষ্কৃতিকাৰীৰ গুলীত এজন কনিষ্টবল আহত হৈছে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, ফয়জলৰ বিৰুদ্ধে হত্যা, ডকাইতিকে ধৰি ১৭টা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল। দীৰ্ঘদিন ধৰি পলাতক হৈ থকা এই অপৰাধীজনক পোৱাৰ বাবে আৰক্ষীয়ে এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। শেহতীয়াকৈ বাৰণাই গাঁৱত ফয়জল আৰু তেওঁৰ সহযোগীসকলে এটা দম্পতীৰ মটৰচাইকেল, ম’বাইল আৰু ৩০০০ টকা ডকাইতি কৰিছিল। খবৰ লাভ কৰি আৰক্ষীৰ দল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয়। অঞ্চলটো ঘেৰি তালাচী অভিযান আৰম্ভ কৰা হয়। আৰক্ষীৰ হাতৰ পৰা পলাই যাবলৈ ফয়জলে গুলীচালনা কৰে। আৰক্ষীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। দীৰ্ঘসময় দুয়োপক্ষৰ মাজত গুলীয়াগুলীৰ পিছত ফয়জল গুৰুতৰভাৱে আহত হয়। তেওঁক হাস্পতাললৈ নিয়াৰ পিছত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। এই অভিযানত এজন কনিষ্টবলৰ ভৰিত গুলী লাগে।

Apply Now

আৰক্ষী অধীক্ষক নৰেন্দ্ৰপ্ৰতাপ সিঙে কয়, “এই দুৰ্বৃত্ত ফয়জল ভয়ংকৰ দুষ্কৃতিকাৰী দল সঞ্জীৱ গেঙৰ তীক্ষ্ণ শ্বুটাৰ। শেহতীয়াকৈ জিলাখনত সংঘটিত দুটা ডকাইতিত তাৰ নাম জড়িত আছিল। এই অপৰাধীজনৰ মূৰৰ দাম আছিল এক লাখ টকা।”

উল্লেখযোগ্য যে, শেহতীয়া তথ্য অনুসৰি উত্তৰ প্ৰদেশত এনকাউণ্টাৰৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে। ডেৰমাহমান পূৰ্বে এছটিএফৰ এনকাউণ্টাৰত আন এজন দাগী অপৰাধী শ্বাহৰুখ পাঠান নিহত হৈছিল। যোৱা মাহত হত্যা, ডকাইতিকে ধৰি ৩৬টা গুৰুতৰ গোচৰত অভিযুক্ত কুখ্যাত অপৰাধী নইমক আৰক্ষীয়ে এনকাউণ্টাৰত হত্যা কৰে। যাৰ মূৰৰ দাম আছিল এক লাখ টকা। আৰক্ষীয়ে অভিযুক্ত নইমৰ ওচৰৰ পৰা দুটা পিষ্টল আৰু এখন বাইক জব্দ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd