• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধর্ষণৰ অভিযোগত যোৰহাটত গ্ৰেপ্তাৰ দুই ৰিক্সাচালক; ধৰ্ষণৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
June 8, 2021 1:23 pm
IMG_20210608_121125

ধৰ্ষণৰ বিৰুদ্ধে যোৰহাট আছুৰ প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট চহৰৰ মাজমজিয়াতে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত সোমবাৰে নিশা আৰক্ষীয়ে দুজন ৰিক্সাচালকক গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি, গ্ৰেপ্তাৰ হোৱা ৰিক্সাচালক দুজনে যোৰহাট চহৰৰ আসাম ট্ৰাংক ৰোডৰ কাষৰ তৰাজান অঞ্চলৰ মাছ আৰু শাক-পাচলিৰ দৈনিক বজাৰৰ আমাৰ হাটৰ এখন চালিৰ তলত এগৰাকী মহিলাক ধৰ্ষণ কৰিছিল।

ৰিক্সাচালক দুজনক নগেন শইকীয়া (২৫) আৰু অৰূপজ্যোতি কলিতা(২২) বুলি চিনাক্ত কৰা হৈছে।

নগেন শইকীয়াৰ ঘৰ অজন্তা বাইপাছত আৰু অৰূপজ্যোতি কলিতা মালৌ আলিৰ বাসিন্দা। যোৰহাট আৰক্ষী থানাত এটা গোচৰ (১৩০৩/২০২১নং) ৰুজু কৰি দুয়োজনকে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ এক সূত্ৰই এই সংবাদাতাক জানিবলৈ দিয়ে যে সোমবাৰে নিশা প্ৰায় ৮:৩৫বজাত আৰক্ষীয়ে খৱৰ লাভ কৰে যে বজাৰখনত এগৰাকী মহিলাক ধৰ্ষণ কৰি পেলাই থৈ গৈছে।

‘’আৰক্ষী উপ পৰিদৰ্শক ইন্দুমনি গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দল ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলাগৰাকীক উদ্ধাৰ কৰে। কাপোৰ কানি ফটা-ছিঙা অৱস্থাত উদ্ধাৰ কৰা ঘটনাৰ বলি মহিলাগৰাকীক তাৎক্ষণিকভাৱে যোৰহাট মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয়,’’- আৰক্ষী সূত্ৰটোৱে কয়।

আৰক্ষীৰ সূত্ৰটোৰ মতে ঘটনাৰ বলি মহিলাগৰাকী যোৰহাট চহৰৰ এখন ৰেষ্টুৰেন্টত কাম কৰে।

ইপিনে, নগেন শইকীয়াক সোমবাৰে নিশা প্ৰায় ১০ বজাত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে অৰূপজ্যোতি কলিতাক তাৰ কেইঘন্টামান পাছতে গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে, আছুৰ যোৰহাট জিলা ছাত্ৰসন্থাই মঙলবাৰে পুৱা মহিলাগৰাকীৰ ধৰ্ষণৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়ায়।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd