• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধর্ষণৰ অভিযোগত যোৰহাটত গ্ৰেপ্তাৰ দুই ৰিক্সাচালক; ধৰ্ষণৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
June 8, 2021 1:23 pm
IMG_20210608_121125

ধৰ্ষণৰ বিৰুদ্ধে যোৰহাট আছুৰ প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট চহৰৰ মাজমজিয়াতে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত সোমবাৰে নিশা আৰক্ষীয়ে দুজন ৰিক্সাচালকক গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি, গ্ৰেপ্তাৰ হোৱা ৰিক্সাচালক দুজনে যোৰহাট চহৰৰ আসাম ট্ৰাংক ৰোডৰ কাষৰ তৰাজান অঞ্চলৰ মাছ আৰু শাক-পাচলিৰ দৈনিক বজাৰৰ আমাৰ হাটৰ এখন চালিৰ তলত এগৰাকী মহিলাক ধৰ্ষণ কৰিছিল।

Apply Now

ৰিক্সাচালক দুজনক নগেন শইকীয়া (২৫) আৰু অৰূপজ্যোতি কলিতা(২২) বুলি চিনাক্ত কৰা হৈছে।

নগেন শইকীয়াৰ ঘৰ অজন্তা বাইপাছত আৰু অৰূপজ্যোতি কলিতা মালৌ আলিৰ বাসিন্দা। যোৰহাট আৰক্ষী থানাত এটা গোচৰ (১৩০৩/২০২১নং) ৰুজু কৰি দুয়োজনকে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ এক সূত্ৰই এই সংবাদাতাক জানিবলৈ দিয়ে যে সোমবাৰে নিশা প্ৰায় ৮:৩৫বজাত আৰক্ষীয়ে খৱৰ লাভ কৰে যে বজাৰখনত এগৰাকী মহিলাক ধৰ্ষণ কৰি পেলাই থৈ গৈছে।

‘’আৰক্ষী উপ পৰিদৰ্শক ইন্দুমনি গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দল ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলাগৰাকীক উদ্ধাৰ কৰে। কাপোৰ কানি ফটা-ছিঙা অৱস্থাত উদ্ধাৰ কৰা ঘটনাৰ বলি মহিলাগৰাকীক তাৎক্ষণিকভাৱে যোৰহাট মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয়,’’- আৰক্ষী সূত্ৰটোৱে কয়।

আৰক্ষীৰ সূত্ৰটোৰ মতে ঘটনাৰ বলি মহিলাগৰাকী যোৰহাট চহৰৰ এখন ৰেষ্টুৰেন্টত কাম কৰে।

ইপিনে, নগেন শইকীয়াক সোমবাৰে নিশা প্ৰায় ১০ বজাত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে অৰূপজ্যোতি কলিতাক তাৰ কেইঘন্টামান পাছতে গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে, আছুৰ যোৰহাট জিলা ছাত্ৰসন্থাই মঙলবাৰে পুৱা মহিলাগৰাকীৰ ধৰ্ষণৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়ায়।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd